logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শোণিতপুৰ জিলাৰ অন্তৰ্গত ভঙামন্দিৰ গাওঁ পঞ্চায়তৰ ঘোঁৰামাৰা গাঁৱত পথ নিৰ্মাণ কাৰ্যৰ আজি শুভ উদ্বোধন কৰে গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসে ৷ উল্লেখ্য যে জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগৰ আৱণ্টিত ধনেৰে নিৰ্মাণ কৰা হ’ব উক্ত পথটি ৷ সেয়েহে গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসে ফিটা কাটি নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে ৷ আজিৰ উক্ত কাৰ্যসূচীত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য থৰ্ক অধিকাৰীৰ লগতে বহতো লোক উপস্থিত থাকে ৷

on 15 March
user_Assam sangbad 24
Assam sangbad 24
Dhekiajuli (Pt), Sonitpur•
on 15 March

শোণিতপুৰ জিলাৰ অন্তৰ্গত ভঙামন্দিৰ গাওঁ পঞ্চায়তৰ ঘোঁৰামাৰা গাঁৱত পথ নিৰ্মাণ কাৰ্যৰ আজি শুভ উদ্বোধন কৰে গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসে ৷ উল্লেখ্য যে জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগৰ আৱণ্টিত ধনেৰে নিৰ্মাণ কৰা হ’ব উক্ত পথটি ৷ সেয়েহে গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসে ফিটা কাটি নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে ৷ আজিৰ উক্ত কাৰ্যসূচীত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য থৰ্ক অধিকাৰীৰ লগতে বহতো লোক উপস্থিত থাকে ৷

More news from অসম and nearby areas
  • সোনাইঘাট চলচলিত চৰকাৰী পঞ্জীয়নভুক্ত ট্ৰেভেল এজেন্সীৰ কাউন্টাৰৰ পৰা টিকত সংগ্ৰহ কৰক আৰু নিচিন্ত মনেৰে যাত্ৰা কৰক। এই কাউন্টাৰৰ পৰা AC যুক্ত চুপাৰ বাছৰো সুবিধা আছে। আপুনি বহিঃৰাজ্যলৈ যাত্ৰা কৰাৰ পুৰ্বে এশবাৰ ভাৱক আৰু যাত্ৰা সুনিশ্চিত কৰক! ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা কাউন্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ইতিমধ্যে বহু যাত্ৰী বিপদত পৰিছে। অনলাইন যোগে বাছৰ টিকট বিক্ৰী কৰি এচাম অসাধু চক্ৰই বিপদত পেলাইছে বহু যাত্ৰীক। সেয়ে বিভাগীয় লাইচেন্স প্ৰাপ্ত ট্ৰেভেল এজেন্সিৰ গাড়ীৰে যাত্ৰা সুনিশ্চিত কৰক! আৰু মহা আৰামেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰক।
    1
    সোনাইঘাট চলচলিত চৰকাৰী পঞ্জীয়নভুক্ত ট্ৰেভেল এজেন্সীৰ কাউন্টাৰৰ পৰা টিকত সংগ্ৰহ কৰক আৰু নিচিন্ত মনেৰে যাত্ৰা কৰক।
এই কাউন্টাৰৰ পৰা AC যুক্ত চুপাৰ বাছৰো সুবিধা আছে।
আপুনি বহিঃৰাজ্যলৈ যাত্ৰা কৰাৰ পুৰ্বে এশবাৰ ভাৱক আৰু যাত্ৰা সুনিশ্চিত কৰক! ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা কাউন্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ইতিমধ্যে বহু যাত্ৰী বিপদত পৰিছে। অনলাইন যোগে বাছৰ টিকট বিক্ৰী কৰি এচাম অসাধু চক্ৰই বিপদত পেলাইছে বহু যাত্ৰীক। সেয়ে বিভাগীয় লাইচেন্স প্ৰাপ্ত ট্ৰেভেল এজেন্সিৰ গাড়ীৰে যাত্ৰা সুনিশ্চিত কৰক! আৰু মহা আৰামেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰক।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    46 min ago
  • ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।
    1
    ৰঙিয়াত  গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক  ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই  শ্ৰীবৃদ্ধি কামনা কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    21 hrs ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    21 hrs ago
  • Post by Uttam Dutta
    1
    Post by Uttam Dutta
    user_Uttam Dutta
    Uttam Dutta
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ, অসম•
    16 hrs ago
  • AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report
    1
    AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत
#News report
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    21 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    19 hrs ago
  • Post by Uttam Dutta
    1
    Post by Uttam Dutta
    user_Uttam Dutta
    Uttam Dutta
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ, অসম•
    17 hrs ago
  • असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    1
    असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    22 hrs ago
  • 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।
    1
    📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 
📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.