ধুবুৰী হাওৰাৰপাৰ গাওঁ পঞ্চয়তত হুলস্থুল পৰিৱেশ।মুখ্যমন্ত্ৰীৰ অৰুনোদই ৩.০ ৰ ধনৰাশি বিতৰণৰ ভাৰ্চুৱেল কাৰ্যসূচী চলি থকাৰ সময়তে হুলস্থুল পৰিৱেশ। এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে বিজেপি বুথ সভাপতি আৰু মুখ্য অতিথিক গুৰুত্ব নিদিয়াৰ অভিযোগ। হাওৰাৰপাৰ গাওঁ পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। এআইইউডিএফ কৰ্মীৰ মতে পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুয়ে উঠা বহা কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যসূচী চলি থকাৰ সময়তে মহিলা হিতাধিকাৰী সকলে উক্ত স্থান ত্যাগ কৰে। অভিযোগ মতে, এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে উক্ত পঞ্চায়তৰ বিজেপি বুথ সভাপতি আৰু অইন অইন কৰ্মকৰ্তা সকলে পঞ্চায়তখনৰ অৰ্ন্তগত বিভিন্ন অঞ্চলৰ পৰা মহিলা হিতাধিকাৰী সকলক হাওৰাৰপাৰ গাওঁ পঞ্চয়তত মুখ্যমন্ত্ৰীৰ অৰুনোদই ৩.০ ৰ ধনৰাশি বিতৰণৰ ভাৰ্চুৱেল কাৰ্যসূচী দেখিবলৈ লৈ আনিছে । কিন্তু পঞ্চায়তখনৰ সচিব বিদ্যুত কুণ্ডুয়ে মহিলা হিতাধিকাৰী সকলৰ বাবে বহিবলৈ পৰ্যাপ্ত পৰিমাণৰ চকীৰ ব্যৱস্থা নথকা সৰু দুটা কক্ষত মহিলা সকলক বহিবলৈ দিয়াৰ ফলত মহিলা হিতাধিকাৰী মহিলা সকলৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চৰকাৰী কাৰ্যসূচীত হাওৰাৰপাৰ গাওঁ পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ ৰাজনৈতিক দল সমৰ্থন কৰি হিতাধিকাৰী মহিলা সকলৰ লগত কৰা এনে আচৰণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে উক্ত অঞ্চলৰ সাধাৰণ ৰাইজে। পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

- Post by T News1
- Assam Bongaigaon Santoshpur Pt Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833843
- Post by Arshad Ali1
- Post by Saiful islam1
- 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।1
- Post by Foridul lslam4
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report1