logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়া ৰেল জংচনত অচিনাক্ত মৃতদেহ উদ্ধাৰঃ২৪ ঘণ্টাৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ ৰেল আৰক্ষীৰ ৰঙিয়া ৰে'ল জংচনত ৬০ ঊর্ধ্বৰ এগৰাকী বৃদ্ধ লোকৰ মৃতদেহ উদ্ধাৰ হয় । ৰেল কৰ্মী ততাতৈয়াকৈ ৰঙিয়া ৰে'ল আৰক্ষীক খবৰ দিয়াত, ৰে'ল আৰক্ষীয়ে চিকিৎসকৰ দল লগত লৈ ঘটনাস্থলীত উপস্থিত হয়, চিকিৎসকে সকলো পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত বৃদ্ধগৰাকী মৃত বুলি ঘোষণা কৰে। পিছত জিআৰপিয়ে মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত অচিনাক্ত মৃতদেহটো ৰঙিয়া ৰে'লৱে চিকিৎসালয়ৰ মৰ্গত ৭২ ঘন্টাৰ বাবে ৰাখি থোৱা হব । যদি কোনো লোকে ব্যক্তিগৰাকীক চিনি পাই ৰঙিয়া ৰে'ল আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰঙিয়া জিআৰপি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুণজিত পাঠকে ।

1 hr ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
1 hr ago
d58d692e-0f78-4d4e-8032-0104acac1d9d

ৰঙিয়া ৰেল জংচনত অচিনাক্ত মৃতদেহ উদ্ধাৰঃ২৪ ঘণ্টাৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ ৰেল আৰক্ষীৰ ৰঙিয়া ৰে'ল জংচনত ৬০ ঊর্ধ্বৰ এগৰাকী বৃদ্ধ লোকৰ মৃতদেহ উদ্ধাৰ হয় । ৰেল কৰ্মী ততাতৈয়াকৈ ৰঙিয়া ৰে'ল আৰক্ষীক খবৰ দিয়াত, ৰে'ল আৰক্ষীয়ে চিকিৎসকৰ দল লগত লৈ ঘটনাস্থলীত উপস্থিত হয়, চিকিৎসকে সকলো পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত বৃদ্ধগৰাকী মৃত বুলি ঘোষণা কৰে। পিছত জিআৰপিয়ে মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত অচিনাক্ত মৃতদেহটো ৰঙিয়া ৰে'লৱে চিকিৎসালয়ৰ মৰ্গত ৭২ ঘন্টাৰ বাবে ৰাখি থোৱা হব । যদি কোনো লোকে ব্যক্তিগৰাকীক চিনি পাই ৰঙিয়া ৰে'ল আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰঙিয়া জিআৰপি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুণজিত পাঠকে ।

More news from অসম and nearby areas
  • ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়। ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
    1
    ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
    user_Arup Sarma
    Arup Sarma
    Local News Reporter ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • কামৰূপ জিলাৰ ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে লেখিকা সমাজৰ মুখপত্ৰ 'জিকেৰি' সহ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    কামৰূপ জিলাৰ ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে লেখিকা সমাজৰ মুখপত্ৰ 'জিকেৰি' সহ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    18 hrs ago
  • তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক। তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক। তামুলপুৰ, ১১ মে’ঃ তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল যোৱা ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অভিযোগ অনুসৰি, নগাঁৱৰ ছাহজাহান আলি নামৰ এজন যুৱকে কিশোৰীগৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা অভিযুক্ত ছাহজাহান আলিক আটক কৰাৰ লগতে কিশোৰীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰু সোধাপোচা অব্যাহত ৰাখিছে। ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে এই জঘন্য কাৰ্যৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। উল্লেখ্য যে, ঘটনাটোৱে এতিয়া তামুলপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
    1
    তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক।
তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক।
তামুলপুৰ, ১১ মে’ঃ তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল যোৱা ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
অভিযোগ অনুসৰি, নগাঁৱৰ ছাহজাহান আলি নামৰ এজন যুৱকে কিশোৰীগৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা অভিযুক্ত ছাহজাহান আলিক আটক কৰাৰ লগতে কিশোৰীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰু সোধাপোচা অব্যাহত ৰাখিছে।
ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে এই জঘন্য কাৰ্যৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়।
উল্লেখ্য যে, ঘটনাটোৱে এতিয়া তামুলপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • এটা জনপ্ৰিয় কবিতাৰ পৰা এটা মন চুই যোৱা আৰু সুমধুৰ গান সাঁ‌জি উলিওৱা হৈছে। ই শ্ৰোতাৰ মনত এক বিশেষ স্থান দখল কৰিব বুলি আশা কৰা হৈছে।
    1
    এটা জনপ্ৰিয় কবিতাৰ পৰা এটা মন চুই যোৱা আৰু সুমধুৰ গান সাঁ‌জি উলিওৱা হৈছে। ই শ্ৰোতাৰ মনত এক বিশেষ স্থান দখল কৰিব বুলি আশা কৰা হৈছে।
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    17 hrs ago
  • #KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment #KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment
    1
    #KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment
#KirenRijiju #SanjeevArora #ED #PMModi #BreakingNews #Corruption #MoneyLaundering #BJP #IndiaPolitics #PunjabPolitics #EDRaid #PoliticalNews #ViralNews #Trending #HindiNews #ModiGovernment
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    5 hrs ago
  • বাংলাদেশৰ এজন মৌলৱীয়ে ভাৰতত মূৰ্তিপূজা শেষ কৰি সকলো মন্দিৰ ভাঙি দেশখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ হুংকাৰ দিছে। 'আল্লা হু আকবৰ' ধ্বনিৰে দিয়া এই হুমকিত জেহাদী শ্লীপাৰ চেলসমূহে ভাৰত দখলৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে।
    1
    বাংলাদেশৰ এজন মৌলৱীয়ে ভাৰতত মূৰ্তিপূজা শেষ কৰি সকলো মন্দিৰ ভাঙি দেশখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ হুংকাৰ দিছে। 'আল্লা হু আকবৰ' ধ্বনিৰে দিয়া এই হুমকিত জেহাদী শ্লীপাৰ চেলসমূহে ভাৰত দখলৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে।
    user_News Update
    News Update
    Newsagent গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    7 hrs ago
  • বাক্সা জিলাৰ জালাহত উপস্থিত হ'ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। তেওঁ তাত স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    1
    বাক্সা জিলাৰ জালাহত উপস্থিত হ'ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। তেওঁ তাত স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    16 hrs ago
  • Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong 📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong 📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral
    1
    Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong
📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral
Bihar Health Minister Nishant Kumar ka bada promise Health system hoga aur strong
📌Healthcare ko aur better banayenge Nishant Kumar’s BIG statement viral
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.