logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ । আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই । ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত ২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে । লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত। মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে। উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।

5 days ago
user_Daily Time
Daily Time
Newsagent ৰূপাহী, নগাঁও, অসম•

More news from অসম and nearby areas
  • উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে। ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে।
    1
    উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে।
ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ।
ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    37 min ago
  • 👉নগাঁও চহৰতকৈও কম মূল্যত ইয়াত ক্ৰয় কৰিব পাৰিব ই-ৰিক্সা। 👉আপোনাৰ চিবিল বেয়া হ'লেও লাভ কৰিব ই এম আইৰ সুবিধা। 👉 গাড়ীৰ বেটাৰী, মটৰ, বডিত থাকিব বিশেষ ৱাৰেন্টিৰ ব্যবস্থা। 👉গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইন্সুৰেঞ্চ আদি সকলো কৰি দিয়া হ'ব এই প্ৰতিষ্ঠানতে। প্ৰিয় দৰ্শক, যদি আপুনি এখন ই-ৰিক্সা কিনিম কিনিম বুলি মনতে ভাবি আছে তেন্তে কেইটামান ডাউন পেমেণ্টৰ টকা লৈ আপুনি আহিব লাগিব ৰূপহী হাটৰ উত্তৰ খাটোৱালৰ R I Enterprise লৈ। এই প্ৰতিষ্ঠানত নগাঁও চহৰৰ ভিতৰতে কম মূল্যত ই-ৰিক্সা কিনিব পাৰিব বুলি স্বত্বাধিকাৰী ৰফিকুল ইছলামে আমাক জানিবলৈ দিছে। তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ ডাইল কৰক 8638561276 অথবা 7896556539
    1
    👉নগাঁও চহৰতকৈও কম মূল্যত ইয়াত ক্ৰয় কৰিব পাৰিব ই-ৰিক্সা।
👉আপোনাৰ চিবিল বেয়া হ'লেও লাভ কৰিব ই এম আইৰ সুবিধা।
👉 গাড়ীৰ বেটাৰী, মটৰ, বডিত থাকিব বিশেষ ৱাৰেন্টিৰ ব্যবস্থা।
👉গাড়ীৰ ৰেজিষ্ট্ৰেচন, ইন্সুৰেঞ্চ আদি সকলো কৰি দিয়া হ'ব এই প্ৰতিষ্ঠানতে। 
প্ৰিয় দৰ্শক,
যদি আপুনি এখন ই-ৰিক্সা কিনিম কিনিম বুলি মনতে ভাবি আছে তেন্তে কেইটামান ডাউন পেমেণ্টৰ টকা লৈ আপুনি আহিব লাগিব ৰূপহী হাটৰ উত্তৰ খাটোৱালৰ R I Enterprise লৈ।
এই প্ৰতিষ্ঠানত নগাঁও চহৰৰ ভিতৰতে কম মূল্যত ই-ৰিক্সা কিনিব পাৰিব বুলি স্বত্বাধিকাৰী ৰফিকুল ইছলামে আমাক জানিবলৈ দিছে।
তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ ডাইল কৰক 8638561276
অথবা 7896556539
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    1
    শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে 
পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে 
মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।
শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে 
অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়।
পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে।
মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    14 hrs ago
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    3 hrs ago
  • Post by MANTAJ Ali
    1
    Post by MANTAJ Ali
    user_MANTAJ Ali
    MANTAJ Ali
    ঠেলামাৰা, শোণিতপুৰ, অসম•
    6 hrs ago
  • ​সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।
    1
    ​সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।
    user_Current News
    Current News
    Advertising agency লাহৰিঘাট, মৰিগাঁও, অসম•
    23 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।
    1
    নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.