Shuru
Apke Nagar Ki App…
kharupetia darrang district new post shuru aapp 1rupay kharupetia darrang district
Ahsan Ali
kharupetia darrang district new post shuru aapp 1rupay kharupetia darrang district
More news from Nagaon and nearby areas
- কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....1
- বিশ্ব শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক পৱিত্ৰ ৰমজান মাহত সমূহীয়াকৈ ইফতাৰ মেহফিলৰ আয়োজন কৰিছে হয়বৰগাঁও প্ৰেছ ক্লাবে।হিংসা, বিদ্বেষ আতৰাই সকলোৰে মনত একেশ্বৰবাদী ভাৱ ধাৰনাৰে মানুহে সদায় পৰমেশ্বৰক স্মৰণ কৰা উচিত।আজি যেন এয়াই অনুভৱ হৈছে নগাওঁ জিলাৰ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ পৱিত্ৰ ৰমজান মাহৰ সমূহীয়া ইফতাৰ মেহফিলৰ আৰাধনা থলীত উপস্থিত থাকি।প্ৰতি বছৰে হিন্দু মুছলমানৰ সহযোগত এনেদৰে ব্যতিক্ৰমী ৰূপত ইফতাৰ পাৰ্টী অনুষ্ঠিত কৰি সদাশয় ৰাইজৰ মাজত একতাৰ সমল বিতৰণ কৰি আহিছে হয়বৰগাঁও প্ৰেছ ক্লাবে!1
- Post by DeV 24 News1
- আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।1
- আপুনি সু-স্বাস্থ্য বিচাৰে নেকি তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই1
- ♦️নাজিৰা সমষ্টিত ১৫০০০ ভোটত জয়ী হ'ব ময়ূৰ বৰগোহাঁই ♦️আমগুৰি চহৰত পদযাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে কয় ময়ূৰ বৰগোহাঁয়ে ♦️নাজিৰা সমষ্টিৰ আমগুৰি নগৰত বি জে পিৰ পদযাত্ৰা ♦️নাজিৰা সমষ্টিৰ বি জে পি প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত সহস্ৰাধিক দলীয় কৰ্ম কৰ্তাৰ অংশগ্ৰহণ পদযাত্ৰাত3
- কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....1
- *News@Rupahi hat* চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে বিজেপিয়ে। এতিয়া লৈকে কোনো সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে। চামগুৰি বিজেপিৰ সাংগঠনিক দিশ অধিক শক্তিশালী হ'ব বুলি দাবী গঢ়াজান ব্লক বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ।1
- ছিণ্ডিকেটৰ পইচাৰে নিৰ্বাচন?” প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ 📌BTC ৰাজনীতিত পুনৰ উত্তাপ! প্ৰমোদ বড়োক আক্ৰমণ হাগ্ৰামা মহিলাৰীৰ1