Shuru
Apke Nagar Ki App…
গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা
Ismail Hussain
গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা
More news from অসম and nearby areas
- Post by T News1
- Post by Saiful islam1
- 📌বাক্সাৰ গধূলি গাঁৱত বড়ো জনগোষ্ঠীৰ লোক সকলে নৈত গৰু গা ধুৱাই উদযাপন কৰিলে "গৰুবিহু" 📌বড়ো জনগোষ্ঠীৰ মহিলা সকলেও নাচি বাগি উদযাপন কৰিলে গৰুবিহুঃ 📌অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহু।1
- Post by Foridul lslam4
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।1
- Post by Uttam Dutta1
- Post by Eakupall1
- AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report1