*জীৱন যুঁজত হাৰি যাব নেকি বিশ্বনাথৰ ৰেখা! ##আপোনাৰ অকণমান সহায়ে ঘূৰাই আনিব পাৰে এটা জীৱন...* বিশ্বনাথৰ এগৰাকী শিক্ষিত যুৱতীৰ কৰুণ গাঁথা এইয়া। নাম ৰেখা কৰ্মকাৰ। বিশ্বনাথৰ মধুপুৰৰ ৰেখা জন্মৰে পৰা বিশেষভাৱে সক্ষম। সৰুতেই পিতৃক হেৰুৱাইছে। আনকি নিজৰ বুলিবলৈ নাই এটা ঘৰ। মোমায়েকৰ ঘৰতে মাতৃৰ সৈতে কোনোমতে জীৱন কটাই আছিল ৰেখাই। দৰিদ্ৰতাৰ বাবে ভাগৰি নপৰি, মাতৃ আৰু নিজৰ পেটৰ ভাত মোকলাবলৈ কিছুদিন আগতে গুৱাহাটীলৈ কাম বিচাৰি ওলাই গৈছিল ৰেখা। কিন্তু নিয়তিয়ে তাইক সেই সুযোগো নিদিলে। গুৱাহাটীতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰেখা। গুৱাহাটীতে প্ৰাথমিক চিকিৎসা হ'ল যদিও অৰ্থৰ অভাৱত বহিঃ ৰাজ্যত উন্নত চিকিৎসা কৰাব নোৱাৰি ৰেখাক লৈ আহিলে বিশ্বনাথলৈ। আজি বিছনাতে চটফটাই তিল তিলকৈ মৃত্যুৰ দিশলৈ গৈ আছে তাই। বৰ্তমান সম্পূৰ্ণ শয্যাগত ৰেখা। স্থানীয় লোকে কিছু সহায় কৰিছে যদিও, তাইৰ উন্নত চিকিৎসাৰ বাবে এতিয়া লাগে বহুত টকা। যি টকা তাইৰ দুখীয়া মাতৃৰ ওচৰত নাই। আজি ৰেখাৰ মাতৃ আৰু গাঁওবাসীয়ে আনৰ ওচৰত হাত পাতিছে। যদিহে কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰে তেন্তে এই QR ক'ডত সহায় কৰিব পাৰে বা Rekha Karmakar* *Assam Gramin Vikash Bank* *Biswanath Chariali Branch* *A/c No. 7031010077701* *IFSC. PUNB0RRBAGB* Bank Account ত পোনপটীয়াকৈ পঠাব পাৰে।
*জীৱন যুঁজত হাৰি যাব নেকি বিশ্বনাথৰ ৰেখা! ##আপোনাৰ অকণমান সহায়ে ঘূৰাই আনিব পাৰে এটা জীৱন...* বিশ্বনাথৰ এগৰাকী শিক্ষিত যুৱতীৰ কৰুণ গাঁথা এইয়া। নাম ৰেখা কৰ্মকাৰ। বিশ্বনাথৰ মধুপুৰৰ ৰেখা জন্মৰে পৰা বিশেষভাৱে সক্ষম। সৰুতেই পিতৃক হেৰুৱাইছে। আনকি নিজৰ বুলিবলৈ নাই এটা ঘৰ। মোমায়েকৰ ঘৰতে মাতৃৰ সৈতে কোনোমতে জীৱন কটাই আছিল ৰেখাই। দৰিদ্ৰতাৰ বাবে ভাগৰি নপৰি, মাতৃ
আৰু নিজৰ পেটৰ ভাত মোকলাবলৈ কিছুদিন আগতে গুৱাহাটীলৈ কাম বিচাৰি ওলাই গৈছিল ৰেখা। কিন্তু নিয়তিয়ে তাইক সেই সুযোগো নিদিলে। গুৱাহাটীতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰেখা। গুৱাহাটীতে প্ৰাথমিক চিকিৎসা হ'ল যদিও অৰ্থৰ অভাৱত বহিঃ ৰাজ্যত উন্নত চিকিৎসা কৰাব নোৱাৰি ৰেখাক লৈ আহিলে বিশ্বনাথলৈ। আজি বিছনাতে চটফটাই তিল তিলকৈ মৃত্যুৰ দিশলৈ গৈ আছে তাই। বৰ্তমান সম্পূৰ্ণ শয্যাগত ৰেখা। স্থানীয়
লোকে কিছু সহায় কৰিছে যদিও, তাইৰ উন্নত চিকিৎসাৰ বাবে এতিয়া লাগে বহুত টকা। যি টকা তাইৰ দুখীয়া মাতৃৰ ওচৰত নাই। আজি ৰেখাৰ মাতৃ আৰু গাঁওবাসীয়ে আনৰ ওচৰত হাত পাতিছে। যদিহে কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰে তেন্তে এই QR ক'ডত সহায় কৰিব পাৰে বা Rekha Karmakar* *Assam Gramin Vikash Bank* *Biswanath Chariali Branch* *A/c No. 7031010077701* *IFSC. PUNB0RRBAGB* Bank Account ত পোনপটীয়াকৈ পঠাব পাৰে।
- অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্যাপন1
- *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।1
- ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।1
- আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ #dtalksne #AssamElection #AIUDF #viral #trending1
- মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ। চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা। ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।1
- সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে প্ৰতিবাদ #AAMSU PROTEST DHEKIAJULI সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভূমিহীনক মাটিৰ পট্টা প্ৰদান,অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনঃস্থাপন,উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ,সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ,মাটিৰ ক্ৰয় বিক্ৰয়ত বৈষম্য আৰু নিষেধাজ্ঞা বন্ধ,NATIONAL IDENTITY CARD প্ৰদান,Associate Proffessor আৰু PG Teacher নিযুক্তি,ছাত্ৰছাত্ৰীৰ সমস্যা সমাধান,সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা,আইনৰ শাসন সুনিশ্চিত কৰাৰ দাবীত ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ৷1
- নগাঁও লোকসভা উফ নিৰ্বাচনৰ টিকট লাভ কৰি ৰূপহীহাটৰ এখন কৰ্মী সভাত অংশগ্ৰহন কৰে শিৱামণি বৰায়।কি ক'লে শুনক! নগাঁও লোকসভা উফ নিৰ্বাচনৰ টিকট লাভ কৰি ৰূপহীহাটৰ এখন কৰ্মী সভাত অংশগ্ৰহন কৰে শিৱামণি বৰায়।কি ক'লে শুনক!1