Shuru
Apke Nagar Ki App…
এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দেৱজ্যোতি হাজৰিকাৰ পৰিয়ালে হয়, চিংগাপুৰৰ অসম এছোছিয়েশ্যনৰ দেৱজ্যোতি হাজৰিকাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া ৰাজ্যত বহুলভাৱে চৰ্চিত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা চিংগাপুৰৰ অসম এছোছিয়েশ্যনৰ দেৱজ্যোতি হাজৰিকাৰ ঘৰ যোৰহাট জিলাৰ টীয়কত। ২০০১ চনৰ পৰাই চিংগাপুৰত কৰ্মসূত্ৰে স্থায়ীভাৱে বসবাস কৰা দেৱজ্যোতি হাজৰিকাৰ আত্মীয় তথা ভাতৃয়ে আজি সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমাৰ ভাতৃ দেৱজ্যোতিয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে SIT ক সহযোগিতা কৰিব লাগে।বৰ্তমান আমাৰ সৈতে কোনো যোগাযোগ নাই যদিও আইনী প্ৰতিক্ৰিয়াত তেওঁ সহযোগিতা আগবঢ়াব বুলি পৰিয়ালে আশা কৰিছে।
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ

More news from Sonitpur and nearby areas