Shuru
Apke Nagar Ki App…
বিশ্বনাথত উপস্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব। উপস্থিত সাংসদ ইমৰান মাছুদ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।
KHABAR 24 BISWANATH
বিশ্বনাথত উপস্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব। উপস্থিত সাংসদ ইমৰান মাছুদ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয় ৷ পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা ৷ উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই ৷1
- Post by Mustafa SalimAhmed1
- লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় Pijush Hazarika1
- Post by HOJAI JUGIJAN NEWS1
- Post by Mahesh kumar das1
- মিরাজ আমার জন্য অনেক ধন্যবাদ ভাই এটাই স্বাভাবিক ছিল আমার পথের আড়াল করার জন্য ধন্যবাদ1
- বিধায়ক নুৰুল হুদাই আজি এই ম'বাইল ফোন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় তিনি শতাধিক আশাকৰ্মীক ম'বাইল ফোন বিতৰণ কৰা হয়। আশাকৰ্মী সকলৰ কৰ্মৰ সলাগ লয় বিধায়ক নুৰুল হুদাই1
- Post by HOJAI JUGIJAN NEWS1
- সংবাদ মাধ্যমৰ আগত এক বিশেষ মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে 'মিঞা' শব্দটো তেওঁলোকে কাকো বেয়া বুলি ক’বলৈ ব্যৱহাৰ নকৰে। তেওঁ ওলোটাই প্ৰশ্ন কৰে যে 'মিঞা' বুলি ক’লে আচলতে কোনে বেয়া পায়। এই শব্দটোৰ প্ৰয়োগক লৈ থকা বিতৰ্কৰ মাজতে মন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি এনেদৰে স্পষ্ট কৰে। তেওঁৰ এই মন্তব্যই বৰ্তমান ৰাজ্যিক ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে।1