logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

3 hrs ago
user_Gouliath barwa
Gouliath barwa
Video Creator Sapekhati, Charaideo•
3 hrs ago
c77da1bd-f757-4ce7-abf1-daa6159743a5

More news from অসম and nearby areas
  • চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে
    1
    চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    1 min ago
  • তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ । চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সমান্তৰালভাৱে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা কায্যক বাগিছা কতৃপক্ষই বিৰোধিতা কৰাৰ দাবীৰে আটছা তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
    3
    তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ । 
চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। 
সমান্তৰালভাৱে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা কায্যক বাগিছা কতৃপক্ষই বিৰোধিতা কৰাৰ দাবীৰে আটছা তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
    user_Bibek Borah
    Bibek Borah
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
  • নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দিকচু পঞ্চায়তৰ অন্তৰ্গত বামুণবাৰী গাঁৱৰ ৩ নং ৱাৰ্ডৰ নামঘৰ ভাগিৰ পকীকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি বিধায়কগৰাকীয়ে পূৰণ কৰে। ​আনহাতে মহিলা 'দিহানাম দল' ৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বিধায়কগৰাকীয়ে নিজাববীয়াকৈ দলটোক প্ৰয়োজনীয় বাদ্যযন্ত্ৰসমূহ যোগান ধৰে। এই কাম অখিল গগৈয়ে সমাধা কৰাত স্থানীয় ৰাইজে বিধায়কগৰাকীক উষ্ম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
    4
    নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দিকচু পঞ্চায়তৰ অন্তৰ্গত বামুণবাৰী গাঁৱৰ ৩ নং ৱাৰ্ডৰ নামঘৰ ভাগিৰ পকীকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি বিধায়কগৰাকীয়ে পূৰণ কৰে।
​আনহাতে মহিলা 'দিহানাম দল' ৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বিধায়কগৰাকীয়ে নিজাববীয়াকৈ দলটোক প্ৰয়োজনীয় বাদ্যযন্ত্ৰসমূহ যোগান ধৰে। এই কাম অখিল গগৈয়ে সমাধা কৰাত স্থানীয় ৰাইজে বিধায়কগৰাকীক উষ্ম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    30 min ago
  • "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?" "ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই" #আসাম টকচ্‌ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷
    1
    "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?"
"ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই"
#আসাম টকচ্‌ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    1 hr ago
  • Post by Namsai update news
    1
    Post by Namsai update news
    user_Namsai update news
    Namsai update news
    Lekang Mahadevpur Circle, Namsai•
    22 hrs ago
  • সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ। আলোচনীয় সভা।
    1
    সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ।
আলোচনীয় সভা।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    11 hrs ago
  • জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
    1
    জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l  আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি  শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    1 hr ago
  • আটছাৰ জিলা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আজি তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছাই। ভূমি পট্টা প্ৰদান,দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ আটছাৰ।
    1
    আটছাৰ জিলা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আজি তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছাই।  ভূমি পট্টা প্ৰদান,দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ আটছাৰ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.