logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী জিলা ভিত্তিক আশা সন্মিলন জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত ৬০ বয়সৰ উৰ্ধৰ আশা মহিলা কৰ্মী ক সংবৰ্ধনা জনালে জিলা স্বাস্থ্য সমিতি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয় :১৫ মার্চ ধুবুৰী জিলা স্বাস্থ্য সমিতি ৰ উদ্দোগত আজি জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত জিলা ভিত্তিত আশা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠান উদ্বোধন কৰে জিলা স্বাস্থ্য বিভাগৰ যুটিয়া স্বাস্থ্য সঞ্চালক। অনুষ্ঠান ৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা প্ৰোগ্ৰাম মেনেজাৰ আৰিফ আহমেদ। অনুষ্ঠান পৰিচালনা কৰে জিলা স্বাস্থ্য বিভাগৰ মিডিয়া কনভেনাৰ ময়যুদ্দিন আহমেদ। অনুষ্ঠান ত জিলা ৰ স্বাস্থ্য বিভাগৰ অধীনত কাম কৰা ,৬০ বয়সৰ উৰ্ধৰ কেবাজন আশা কৰ্মী ক ফুলাম গামোচা ৰে সংবৰ্ধনা জ্ঞাপন কৰা হয়। আশা কৰ্মী ৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।কুইজ প্ৰতিযোগিতা ত হালাকুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী সকলে প্ৰথম স্থান লাভ কৰে দ্বিতীয় হয় কৰ্মশালা খন্ডত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। অনুষ্ঠান ত ২৫-২৬ ৰ শ্ৰেষ্ঠ আশা কৰ্মী ক পুৰস্কৃত কৰা হয়। সভাত বিভিন্ন অঞ্চলৰ পৰা অহা আশা কৰ্মী সকলে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। আজি ৰ সন্মিলনত জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কেইবা হেজাৰ আশা কৰ্মী,আশা সুপাৰভাইজাৰ অংশ গ্ৰহণ কৰে। প্ৰনৱাশীষ ৰয় ধুবুৰী

on 15 March
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•
on 15 March

ধুবুৰী জিলা ভিত্তিক আশা সন্মিলন জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত ৬০ বয়সৰ উৰ্ধৰ আশা মহিলা কৰ্মী ক সংবৰ্ধনা জনালে জিলা স্বাস্থ্য সমিতি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয় :১৫ মার্চ ধুবুৰী জিলা স্বাস্থ্য সমিতি ৰ উদ্দোগত আজি জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত জিলা ভিত্তিত আশা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠান উদ্বোধন কৰে জিলা স্বাস্থ্য বিভাগৰ যুটিয়া স্বাস্থ্য সঞ্চালক। অনুষ্ঠান ৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা প্ৰোগ্ৰাম মেনেজাৰ আৰিফ আহমেদ। অনুষ্ঠান পৰিচালনা কৰে জিলা স্বাস্থ্য বিভাগৰ মিডিয়া কনভেনাৰ ময়যুদ্দিন আহমেদ। অনুষ্ঠান ত জিলা ৰ স্বাস্থ্য বিভাগৰ অধীনত কাম কৰা ,৬০

বয়সৰ উৰ্ধৰ কেবাজন আশা কৰ্মী ক ফুলাম গামোচা ৰে সংবৰ্ধনা জ্ঞাপন কৰা হয়। আশা কৰ্মী ৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।কুইজ প্ৰতিযোগিতা ত হালাকুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী সকলে প্ৰথম স্থান লাভ কৰে দ্বিতীয় হয় কৰ্মশালা খন্ডত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। অনুষ্ঠান ত ২৫-২৬ ৰ শ্ৰেষ্ঠ আশা কৰ্মী ক পুৰস্কৃত কৰা হয়। সভাত বিভিন্ন অঞ্চলৰ পৰা অহা আশা কৰ্মী সকলে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। আজি ৰ সন্মিলনত জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কেইবা হেজাৰ আশা কৰ্মী,আশা সুপাৰভাইজাৰ অংশ গ্ৰহণ কৰে। প্ৰনৱাশীষ ৰয় ধুবুৰী

More news from অসম and nearby areas
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    18 hrs ago
  • Assam Bongaigaon Santoshpur Pt Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384
    3
    Assam Bongaigaon Santoshpur Pt 
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 7833
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
Santoshpur Pt I, Assam 783384
    user_Sanidul lslam
    Sanidul lslam
    বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    21 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    13 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    16 hrs ago
  • 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।
    1
    📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 
📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 
📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    16 hrs ago
  • Post by Foridul lslam
    4
    Post by Foridul lslam
    user_Foridul lslam
    Foridul lslam
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    4 hrs ago
  • #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi
    1
    #Indiacapital
#ৰাজধানী 
#Rajdhani
#bhaskardas Hajo Sualkuchi
    user_Sinaki Tech Media
    Sinaki Tech Media
    হাজো, কামৰূপ, অসম•
    10 hrs ago
  • असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    1
    असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.