ৰূপহীহাটৰ এজন যুৱকৰ নিজৰ সপোনৰ মটৰ চাইকেল খন চুৰি হোৱাৰ পিছত মানসিক বাবে ভাঙি পৰিছে। বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে

- নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সম্পন্ন OPPO শ্ব' ৰুম1
- 📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। 📌যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 👉এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER 📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা কেন্দাগুৰিৰ জাকিৰ হুছেইনক মৃতদেহ ।1
- নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- কংগ্ৰেছৰ নতুন গীতত বিতৰ্ক! ‘মিঞা’ মন্তব্যক লৈ বিস্ফোৰক মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ” 📌‘আলি কাটি জালি দিম’ — কংগ্ৰেছৰ প্ৰচাৰ গীতত কি বাৰ্তা? প্ৰশ্ন তুলিলে পবিত্ৰ মাৰ্ঘেৰিটাই” 📌সংখ্যালঘুক লক্ষ্য কৰি গীত? কংগ্ৰেছক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰীৰ” 📌ৰাজনৈতিক উত্তাপ বৃদ্ধি! কংগ্ৰেছৰ গীতক লৈ অসম ৰাজনীতিত নতুন বিতৰ্ক1
- 📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। 📌যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 👉এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER 📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- Post by Rabinrda Gour3
- জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক ! #NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration1