logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ প্ৰেছ ক্লাবত অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ সংবাদমেল ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ শৈক্ষিক বৃত্তি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ আদৰ্শসমূহক সন্মান জনাই তেখেতৰ কন্যা তথা "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"ৰ সঞ্চালিকা অংকিতা দত্তই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ অন্তৰ্গত ৪৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক মানপত্ৰসহ ৭,০০০ টকাকৈ এককালীন শৈক্ষিক বৃত্তি প্ৰদান কৰাৰ কথা শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে ঘোষণা ৷৷

1 day ago
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
Journalist Sivasagar, Assam•
1 day ago

শিৱসাগৰ প্ৰেছ ক্লাবত অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ সংবাদমেল ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ শৈক্ষিক বৃত্তি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ আদৰ্শসমূহক সন্মান জনাই তেখেতৰ কন্যা তথা "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"ৰ সঞ্চালিকা অংকিতা দত্তই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ অন্তৰ্গত ৪৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক মানপত্ৰসহ ৭,০০০ টকাকৈ এককালীন শৈক্ষিক বৃত্তি প্ৰদান কৰাৰ কথা শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে ঘোষণা ৷৷

More news from Bamuni Gaon and nearby areas
  • jai ganesh 🙏
    1
    jai ganesh 🙏
    user_Anupam Rabha
    Anupam Rabha
    Farmer Bamuni Gaon•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.