Shuru
Apke Nagar Ki App…
ধিঙৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামক আটক । ধিঙৰ নিজা বাসগৃহৰ পৰা নগাঁও আৰক্ষীয়ে আটক কৰিছে নগাঁও আৰক্ষীয়ে । দেশ জোঁকাৰি যোৱা পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে । আৰু তাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
Assam Local News

- Tapan jyoti DasHajo, Kamrupgreat job 👍👍👍 Assam policeon 29 April
More news from Kamrup and nearby areas