logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি ​​ঘোষণা কৰা নহ’ব HS Examৰ ফলাফল। এয়া এক উৰাবাতৰি। #assamportalnews #bongaigaon_assam #AssamNews #NewsUpdate #BreakingNews #news

4 days ago
user_Assam Portal News
Assam Portal News
Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
4 days ago

আজি ​​ঘোষণা কৰা নহ’ব HS Examৰ ফলাফল। এয়া এক উৰাবাতৰি। #assamportalnews #bongaigaon_assam #AssamNews #NewsUpdate #BreakingNews #news

More news from অসম and nearby areas
  • Post by NAZRUL ISLAM
    1
    Post by NAZRUL ISLAM
    user_NAZRUL ISLAM
    NAZRUL ISLAM
    Teacher মানিকপুৰ, বঙাইগাঁও, অসম•
    22 hrs ago
  • 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন। 📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।
    1
    📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন।
📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    3 hrs ago
  • Baragaon Excel Care Hospital
    1
    Baragaon Excel Care Hospital
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    20 hrs ago
  • 📌ধুবুৰী জৰুৱাৰ চৰৰ সন্ধানহীন ৭জনক উদ্ধাৰ বন্দিহানা আৰক্ষীৰ। 📌বন্দিহানা আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেল ষ্টেছন আৰু বঙাইগাঁও জিলাৰ কাবাইটাৰীত অভিযান চলাই উদ্ধাৰ কৰে সদস্য কেইজনক।
    1
    📌ধুবুৰী জৰুৱাৰ চৰৰ সন্ধানহীন ৭জনক উদ্ধাৰ বন্দিহানা আৰক্ষীৰ।
📌বন্দিহানা আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেল ষ্টেছন আৰু বঙাইগাঁও জিলাৰ কাবাইটাৰীত অভিযান চলাই উদ্ধাৰ কৰে সদস্য কেইজনক।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    2 hrs ago
  • বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    2
    বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,,
" দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,,
বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ  চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    18 hrs ago
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
    1
    দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত  অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত  জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    3 hrs ago
  • বাৰাংগাবাৰী গাঁওত ঠগ প্ৰৱঞ্চনাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। গ্ৰাম্য এলেকাত পুনৰ এবাৰ ঠগ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ লক্ষ্য বান্ধিলে সাধাৰণ গাঁওবাসীক। অভিযোগ অনুসৰি, দুই গৰাকী অচিনাকি মহিলাই গাঁওত সোমাই বিভিন্ন ঘৰত উপস্থিত হৈ কৌশলৰে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে। জানিব পৰা মতে, বাৰাংগাবাৰী গাঁওৰ টলু ৰাভাৰ ঘৰত এই ঘটনা সংঘটিত হয়। সেই দুই মহিলাই কৌশলেৰে ঘৰত প্ৰৱেশ কৰি প্ৰায় ২৪ হাজাৰ টকা নগদ ধন, লগতে সোণ-ৰূপৰ গহনা আদি লৈ উধাও হয়। এই ঘটনাই স্থানীয় লোকসকলৰ মাজত ভয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে জনসাধাৰণক সাৱধান হ’বলৈ আহ্বান জনাইছে আৰু সন্দেহজনক লোক দেখা পালে তৎক্ষণাত খবৰ দিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত তথ্য থাকিলে বা উক্ত মহিলাদ্বয়ক ক’তুবা দেখা পালে, অনুগ্ৰহ কৰি ৯৩৬৫১০২৮৭১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    বাৰাংগাবাৰী গাঁওত ঠগ প্ৰৱঞ্চনাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য।
গ্ৰাম্য এলেকাত পুনৰ এবাৰ ঠগ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ লক্ষ্য বান্ধিলে সাধাৰণ গাঁওবাসীক। অভিযোগ অনুসৰি, দুই গৰাকী অচিনাকি মহিলাই গাঁওত সোমাই বিভিন্ন ঘৰত উপস্থিত হৈ কৌশলৰে নগদ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে।
জানিব পৰা মতে, বাৰাংগাবাৰী গাঁওৰ টলু ৰাভাৰ ঘৰত এই ঘটনা সংঘটিত হয়। সেই দুই মহিলাই কৌশলেৰে ঘৰত প্ৰৱেশ কৰি প্ৰায় ২৪ হাজাৰ টকা নগদ ধন, লগতে সোণ-ৰূপৰ গহনা আদি লৈ উধাও হয়।
এই ঘটনাই স্থানীয় লোকসকলৰ মাজত ভয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে জনসাধাৰণক সাৱধান হ’বলৈ আহ্বান জনাইছে আৰু সন্দেহজনক লোক দেখা পালে তৎক্ষণাত খবৰ দিবলৈ অনুৰোধ জনাইছে।
এই ক্ষেত্ৰত তথ্য থাকিলে বা উক্ত মহিলাদ্বয়ক ক’তুবা দেখা পালে, অনুগ্ৰহ কৰি ৯৩৬৫১০২৮৭১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • 📌বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ। 📌অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়তো অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় ।
    1
    📌বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ।
📌অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়তো অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.