logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

need proper road residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"

13 hrs ago
user_Robinson Terang
Robinson Terang
ফুলনি, কাৰ্বি আংলং, অসম•
13 hrs ago
4796ae3a-c4ff-47e7-afd0-7562ad146f26
3b29e56a-0cd1-4c1d-b5b6-ca4040d938fa

need proper road residents of Koraijhar Long Terang Gaon, P/o, Ok-kereng, P/s, Howraghat, Karbi anglong face severe issues due to the lack of proper roads. During monsoons, the path becomes unusable, affecting school children and healthcare access. We request urgent action under government schemes to construct a road. #RuralDevelopment #AssamRoads"

More news from Nagaon and nearby areas
  • বিশ্ব শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক পৱিত্ৰ ৰমজান মাহত সমূহীয়াকৈ ইফতাৰ মেহফিলৰ আয়োজন কৰিছে হয়বৰগাঁও প্ৰেছ ক্লাবে।হিংসা, বিদ্বেষ আতৰাই সকলোৰে মনত একেশ্বৰবাদী ভাৱ ধাৰনাৰে মানুহে সদায় পৰমেশ্বৰক স্মৰণ কৰা উচিত।আজি যেন এয়াই অনুভৱ হৈছে নগাওঁ জিলাৰ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ পৱিত্ৰ ৰমজান মাহৰ সমূহীয়া ইফতাৰ মেহফিলৰ আৰাধনা থলীত উপস্থিত থাকি।প্ৰতি বছৰে হিন্দু মুছলমানৰ সহযোগত এনেদৰে ব্যতিক্ৰমী ৰূপত ইফতাৰ পাৰ্টী অনুষ্ঠিত কৰি সদাশয় ৰাইজৰ মাজত একতাৰ সমল বিতৰণ কৰি আহিছে হয়বৰগাঁও প্ৰেছ ক্লাবে!
    1
    বিশ্ব শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক পৱিত্ৰ ৰমজান মাহত সমূহীয়াকৈ ইফতাৰ মেহফিলৰ আয়োজন কৰিছে হয়বৰগাঁও প্ৰেছ ক্লাবে।হিংসা, বিদ্বেষ আতৰাই সকলোৰে মনত একেশ্বৰবাদী ভাৱ ধাৰনাৰে মানুহে সদায় পৰমেশ্বৰক স্মৰণ কৰা উচিত।আজি যেন এয়াই অনুভৱ হৈছে নগাওঁ জিলাৰ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ পৱিত্ৰ ৰমজান মাহৰ সমূহীয়া ইফতাৰ মেহফিলৰ আৰাধনা থলীত উপস্থিত থাকি।প্ৰতি বছৰে হিন্দু মুছলমানৰ সহযোগত এনেদৰে ব্যতিক্ৰমী ৰূপত ইফতাৰ পাৰ্টী অনুষ্ঠিত কৰি সদাশয় ৰাইজৰ মাজত একতাৰ সমল বিতৰণ কৰি আহিছে হয়বৰগাঁও প্ৰেছ ক্লাবে!
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    1 hr ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    1
    আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? 
চিন্তা নকৰিব! 
ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • আপুনি সু-স্বাস্থ্য বিচাৰে নেকি তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই
    1
    আপুনি সু-স্বাস্থ্য বিচাৰে নেকি তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • ♦️নাজিৰা সমষ্টিত ১৫০০০ ভোটত জয়ী হ'ব ময়ূৰ বৰগোহাঁই ♦️আমগুৰি চহৰত পদযাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে কয় ময়ূৰ বৰগোহাঁয়ে ♦️নাজিৰা সমষ্টিৰ আমগুৰি নগৰত বি জে পিৰ পদযাত্ৰা ♦️নাজিৰা সমষ্টিৰ বি জে পি প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত সহস্ৰাধিক দলীয় কৰ্ম কৰ্তাৰ অংশগ্ৰহণ পদযাত্ৰাত
    3
    ♦️নাজিৰা সমষ্টিত ১৫০০০ ভোটত জয়ী হ'ব ময়ূৰ বৰগোহাঁই
♦️আমগুৰি চহৰত পদযাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে কয় ময়ূৰ বৰগোহাঁয়ে
♦️নাজিৰা সমষ্টিৰ আমগুৰি নগৰত বি জে পিৰ  পদযাত্ৰা
♦️নাজিৰা সমষ্টিৰ বি জে পি প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত সহস্ৰাধিক দলীয় কৰ্ম কৰ্তাৰ অংশগ্ৰহণ পদযাত্ৰাত
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • ছিণ্ডিকেটৰ পইচাৰে নিৰ্বাচন?” প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ 📌BTC ৰাজনীতিত পুনৰ উত্তাপ! প্ৰমোদ বড়োক আক্ৰমণ হাগ্ৰামা মহিলাৰীৰ
    1
    ছিণ্ডিকেটৰ পইচাৰে নিৰ্বাচন?” প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ
📌BTC ৰাজনীতিত পুনৰ উত্তাপ! প্ৰমোদ বড়োক আক্ৰমণ হাগ্ৰামা মহিলাৰীৰ
    user_H News National
    H News National
    ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    1
    কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    22 min ago
  • *News@Rupahi hat* চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে ‌ বিজেপিয়ে। এতিয়া লৈকে কোনো সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে। চামগুৰি বিজেপিৰ সাংগঠনিক দিশ অধিক শক্তিশালী হ'ব বুলি দাবী গঢ়াজান ব্লক বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ।
    1
    *News@Rupahi hat*
চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে ‌ বিজেপিয়ে।
এতিয়া লৈকে কোনো  সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে। 
চামগুৰি বিজেপিৰ সাংগঠনিক দিশ অধিক শক্তিশালী হ'ব বুলি দাবী গঢ়াজান ব্লক বিজেপিৰ সভাপতি  বিপ্লৱ তৰফদাৰৰ।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.