logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কয়াকুছি আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত আটক দুই IPL জুৱাৰী

10 hrs ago
user_Arshad Ali
Arshad Ali
Court reporter বৰপেটা, বৰপেটা, অসম•
10 hrs ago
c0dc42c7-f8e3-401a-96ff-03b2f8ed0f3f

কয়াকুছি আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত আটক দুই IPL জুৱাৰী

More news from অসম and nearby areas
  • Baragaon Excel Care Hospital
    1
    Baragaon Excel Care Hospital
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    10 hrs ago
  • আৰক্ষীৰ অভিযানত এগৰাকী যুৱতী আটক হোৱাৰ লগতে এগৰাকী যুৱক পিছ ফালেদি পলায়ন কৰাৰ অভিযোগ। ৰিজোৰ্ট খনৰ পৰা জব্দ AS 18N 8190 নম্বৰৰ এখন মটৰ ছাইকেল। দীৰ্ঘ দিনৰ পৰা ৰিজোৰ্টখনত অনৈতিক কাৰ্য চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।
    1
    আৰক্ষীৰ অভিযানত এগৰাকী যুৱতী আটক হোৱাৰ লগতে এগৰাকী যুৱক পিছ ফালেদি পলায়ন কৰাৰ অভিযোগ।
ৰিজোৰ্ট খনৰ পৰা জব্দ AS 18N 8190 নম্বৰৰ এখন মটৰ ছাইকেল। 
দীৰ্ঘ দিনৰ পৰা ৰিজোৰ্টখনত অনৈতিক কাৰ্য চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • Post by NAZRUL ISLAM
    1
    Post by NAZRUL ISLAM
    user_NAZRUL ISLAM
    NAZRUL ISLAM
    Teacher মানিকপুৰ, বঙাইগাঁও, অসম•
    12 hrs ago
  • Post by Nikhil
    1
    Post by Nikhil
    user_Nikhil
    Nikhil
    বজালী, বজালী, অসম•
    15 hrs ago
  • fkfkgvogcbgxckff
    1
    fkfkgvogcbgxckff
    user_Sohidul Islam
    Sohidul Islam
    বজালী, বজালী, অসম•
    22 hrs ago
  • বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    2
    বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,,
" দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,,
বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ  চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    8 hrs ago
  • 📌বাক্সা জিলা কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আনন্দবজাৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় বিষুৱা উৎসৱ। 📌কোচ- ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কুশান নৃত্য, গোৱালী নৃত্য- গীতৰ লগতে আন আন জনগোষ্ঠীয় নৃত্য-গীত প্ৰদৰ্শন কৰা হয়।
    1
    📌বাক্সা জিলা কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আনন্দবজাৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় বিষুৱা উৎসৱ। 
📌কোচ- ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কুশান নৃত্য, গোৱালী নৃত্য- গীতৰ লগতে আন আন জনগোষ্ঠীয় নৃত্য-গীত  প্ৰদৰ্শন কৰা হয়।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    12 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.