Shuru
Apke Nagar Ki App…
বেঙেনামাৰীত যোগ কৰ্মশালা। চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ তত্বাৱধানত বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১ মে' ৰ পৰা ৫ মে' লৈকে প্ৰথম পৰ্যায়ৰ পাঁচদিনীয়াকৈ প্ৰশিক্ষক আৰু খেলুৱৈ উন্নতি সাধনৰ হকে কৰ্মশালা অনুষ্ঠিত হৈছে
JI
Johirul Islam sikdar

More news from Charaideo and nearby areas
- বিস্কুট খুওৱাই ছাগলী চুৰি। সোণাৰিৰ ভজোত বিলাসী বাহনত উদ্ধাৰ হ'ল ছাগলী । চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত ভজো ৰে'ল ক্ৰচিঙৰ সমীপত আজি ৰাইজে কৰায়ত্ত কৰে ছাগলী চোৰক । বিলাসী বাহনত থকা তিনিটা চোৰে পলাই যাবলৈ সক্ষম হয় যদিও বিটু আহমেদ নামৰ ছাগলী চোৰটোক ৰাইজে কৰায়ত্ত কৰি উত্তম-মাধ্যম শোধায় ।1
- #আজি সদৌ অসম খাড়িয়া সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলা সমিতি, সমূহ আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত টিমন চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সদৌ অসম ঘাটোৱাৰ সমাজ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দায়িত্ব থকাৰ বাবে বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ দিয়াৰ বাবে উপস্থিত থকা কিছু দৃশ্যাংশ। #উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ দিয়াৰ বাবে সদৌ অসম খাড়িয়া সমাজ চৰাইদেউ জিলা সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।1
- আজি সোণাৰিত প্ৰদান কৰা হ'ব বীৰাঙ্গনা মূলাগাভৰু বঁটা । টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰিব বঁটা।1
- #চৰাইদেউ সোণাৰিৰ ভজোত বিলাসী গাড়ীত উদ্ধাৰ হল ছাগলী ।1
- সোনাৰিৰ ভজোত বিলাসী বাহনত উদ্ধাৰ হল ছাগলী চৰাইদেউ জিলাৰ সোনাৰি আৰক্ষী থানাৰ অন্তৰ্গত ভজো ৰেল ক্ৰচিংৰ সমীপত আজি ৰাইজে কৰায়ত্ব কৰে এটা ছাগলী চোৰৰ গেং । ভজো অঞ্চলৰ পৰা দিন দুপৰতে চোৰৰ দলটোৱে বিলাসী বাহনখনত ভৰাইছিল ১০ জনী ছাগলী1
- বিস্কুট খুওৱাই ছাগলী চুৰি। সোণাৰিৰ ভজোত বিলাসী বাহনত উদ্ধাৰ হ'ল ছাগলী । চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত ভজো ৰে'ল ক্ৰচিঙৰ সমীপত আজি ৰাইজে কৰায়ত্ত কৰে ছাগলী চোৰক l1
- বিস্কুট খুওৱাই ছাগলী চুৰি। সোণাৰিৰ ভজোত বিলাসী বাহনত উদ্ধাৰ হ'ল ছাগলী । চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত ভজো ৰে'ল ক্ৰচিঙৰ সমীপত আজি ৰাইজে কৰায়ত্ত কৰে ছাগলী চোৰক । বিলাসী বাহনত থকা তিনিটা চোৰে পলাই যাবলৈ সক্ষম হয় যদিও বিটু আহমেদ নামৰ ছাগলী চোৰটোক ৰাইজে কৰায়ত্ত কৰি উত্তম-মাধ্যম শোধায় ।1
- নাজিৰাৰ NE Bharat 24ৰ সাংবাদিক জাকিৰ আখতাৰ হুছেইনক কাঠ মাফিয়াৰ আক্ৰমণ সন্দৰ্ভত চৰাইদেউ জিলা ছাত্র সন্থাৰ গৰিহণা1