logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ৪০ জন যাত্ৰী। কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ৪০ জন যাত্ৰী। চুলুঙৰ সদভাৱনা সন্মিলনলৈ ডিমাপুৰৰ পৰা এখন বাছৰ জৰিয়তে আহিছিল প্ৰায় ৪০ জন যাত্ৰী। বাছখনৰ যান্ত্ৰিক বিজুতিৰ ফলত যাত্ৰা পথতে ইঞ্জিনত জুইৰ সূত্ৰপাত হয়। ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাত বাছত অহা যাত্ৰীসকলৰ মাজত লাগে হুৱাদুৱা। বাছৰ ভিতৰৰ পৰা দৌৰা দৌৰি কোনো মতে প্ৰাণ ৰক্ষা কৰিলে যাত্ৰীসকলে। কলিয়াবৰৰ হাতীয়েখোৱাত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত উলুৱনী আৰক্ষী আৰু কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ বাছ খনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ পৰা কলিয়াবৰৰ চুলুঙত দুদিনীয়াকৈ অনুষ্ঠিত সদভাৱন সন্মিলনলৈ আহিছিল যাত্ৰীসকল। দুৰ্ঘটনাগ্ৰস্ত গীতাঞ্জলি নামৰ বাছখনৰ নম্বৰ হৈছে A S 12 BC 9991

1 day ago
user_Lakhya Jyoti Borah
Lakhya Jyoti Borah
Local News Reporter নগাঁও, নগাঁও, অসম•

  • user_User4422
    User4422
    Margherita, Tinsukia
    🙏
    8 hrs ago
More news from অসম and nearby areas
  • ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।
    1
    ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ
    1
    এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ
শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    3 hrs ago
  • চৰ চাপৰিৰ অবৈধ বেদখলকাৰীৰ পৰা টকা সংগ্ৰহ কৰা গিয়াচুদ্দিন আলীৰ সংবাদমেল
    1
    চৰ চাপৰিৰ অবৈধ বেদখলকাৰীৰ পৰা টকা সংগ্ৰহ কৰা গিয়াচুদ্দিন আলীৰ সংবাদমেল
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    6 hrs ago
  • 🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক। 🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ। 🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।
    1
    🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক।
🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া
সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ।
🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।
    user_Lakhya Jyoti Borah
    Lakhya Jyoti Borah
    Local News Reporter Kaliabor, Nagaon•
    2 hrs ago
  • আজি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি,আজি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি
    1
    আজি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি,আজি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • মৰঙিৰ দৈগ্ৰোঙৰ পংকিয়াল আৰু কেন্দুগুৰিৰ ৰাইজৰ ভোগালীক আদৰাৰ প্ৰস্তুতি
    1
    মৰঙিৰ দৈগ্ৰোঙৰ পংকিয়াল আৰু কেন্দুগুৰিৰ ৰাইজৰ ভোগালীক আদৰাৰ প্ৰস্তুতি
    user_D B
    D B
    Journalist মৰঙী, গোলাঘাট, অসম•
    16 hrs ago
  • কাইলৈ বাটৰহাটত অনুষ্ঠিত হ'ব দক্ষিণ কামৰূপ জিলা BJPৰ কাৰ্য্যনিৰ্বাহক সভা
    1
    কাইলৈ বাটৰহাটত অনুষ্ঠিত হ'ব দক্ষিণ কামৰূপ জিলা BJPৰ কাৰ্য্যনিৰ্বাহক সভা
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    2 hrs ago
  • ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।। ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।। SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।
    1
    ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।।
ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।।
SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.