logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁও জিলাত ‘ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৬-২৭’ৰ জিলা পৰ্যায়ৰ বিশেষ প্ৰশিক্ষণ*  ষ্টাফ ৰিৰ্পটাৰ মৰিগাঁও ২৫ আগষ্ট: :::::মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আজি “ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৬-২৭” সন্দৰ্ভত জিলা পৰ্যায়ৰ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত আগন্তুক খাৰিফ ২০২৬-২৭ বৰ্ষৰ ডিজিটেল শস্য সমীক্ষাৰ বাবে নিয়োজিত পৰ্যবেক্ষক, জৰীপকাৰী আৰু পৰীক্ষণকাৰী বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। সহকাৰী কৃষি সঞ্চালক অসীম কুমাৰ নাথৰ উপস্থিতিত আৰু জিলা ন’ডেল বিষয়া কিশোৰ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত প্ৰশিক্ষণত ডিজিটেল শস্য সমীক্ষাৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু সমীক্ষা সম্পন্ন কৰাৰ পদ্ধতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। প্ৰশিক্ষণত ডিজিটেল শস্য সমীক্ষাৰ জৰিয়তে কৃষক ৰাইজ কেনেদৰে উপকৃত হ’ব, কৃষি খণ্ডৰ সঠিক তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব তথা সমীক্ষা প্ৰক্ৰিয়াৰ সফল ৰূপায়ণৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। লগতে সমীক্ষাৰ সময়ত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমীক্ষাৰ সকলো প্ৰক্ৰিয়া নিয়াৰিকৈ আৰু সফলতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হয়। অনুষ্ঠানত মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুচেইন, মুছাহীদ ফাৰুকী, মহকুমা কৃষি তথ্য বিষয়া গৌতম নাথ, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

11 hrs ago
user_Pulin kumar kakati
Pulin kumar kakati
মৰিগাঁও, মৰিগাঁও, অসম•
11 hrs ago
2275bdd3-281e-4825-89da-8a3a319803a4

More news from অসম and nearby areas
  • GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।
    1
    GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়।
GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস।
GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি।
GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’।
GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান।

অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়।
বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ।
ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।
বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি।

থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা।
সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    12 hrs ago
  • ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি, হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া । পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।
    1
    ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড
ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি,
হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া ।  পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    10 hrs ago
  • মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে। মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।
    1
    মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই...

 মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" 

অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।

    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    17 hrs ago
  • মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব। মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব।
    1
    মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব।
মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব।
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    19 hrs ago
  • ৰাজু বাছফৰক সোঁৱৰি ঠেলামৰাস্থিত শোণিতপুৰ পলিটেকনিকৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
    1
    ৰাজু বাছফৰক সোঁৱৰি ঠেলামৰাস্থিত শোণিতপুৰ পলিটেকনিকৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    23 hrs ago
  • হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়।
    2
    হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন*

*২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    10 hrs ago
  • ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড, ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড* *দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত* *ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই ডকাইটি কাণ্ড* *ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড* *CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি* *ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।
    1
    ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড,
ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ*

*ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড*
*দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত*
*ৰঙিয়াৰ মূৰাৰাত  সংঘটিত হৈছে এই ডকাইটি কাণ্ড*
*ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ*
*ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড*
*CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি*
*ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    16 hrs ago
  • 📢 ৰাস্তা নে পুখুৰী? উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ ফোঁপোলা স্বৰূপ! 🚨 জৰাজীৰ্ণ পথে এতিয়া জ্বলা-কলা খুৱাইছে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক। 📍 এই জৰাজীৰ্ণ পথছোৱা হৈছে নখুটীৰ পৰা খাগৰীজান আৰু উদালী সংযোগী পথ, যি মোহৰী বজাৰ স্পৰ্শ কৰি গৈছে। এজাক বৰষুণ দিলেই পথছোৱা এটা পুখুৰীলৈ ৰূপান্তৰিত হয়। ডাঙৰ ডাঙৰ গাতত জমা হোৱা বোকাপানী ফালি অতি বিপদসংকুলভাৱে চলাচল কৰিবলগীয়া হৈছে সাধাৰণ পথচাৰীৰ লগতে সৰু-বৰ বাহনসমূহ। আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে এই পথছোৱাৰে দৈনিক বহু স্কুল-কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে কাপোৰ-কানি, কিতাপ-পত্ৰ বোকাত নষ্ট কৰি অতি কষ্টৰে নিজৰ শিক্ষানুষ্ঠানলৈ যাবলগীয়া হৈছে, যাৰ বাবে নিয়মিয়া পঢ়া-শুনাত ব্যাঘাত জন্মিছে। ভৱিষ্যতৰ মেৰুদণ্ড স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে অতি সোনকালে এই পথছোৱা মেৰামতি (পকীকৰণ) কৰিবলৈ অসম চৰকাৰ তথা লামডিং সমষ্টিৰ বিধায়ক শিৱু মিশ্ৰ ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাইছোঁ।
    1
    📢 ৰাস্তা নে পুখুৰী? উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ ফোঁপোলা স্বৰূপ!
🚨 জৰাজীৰ্ণ পথে এতিয়া জ্বলা-কলা খুৱাইছে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক।
📍 এই জৰাজীৰ্ণ পথছোৱা হৈছে নখুটীৰ পৰা খাগৰীজান আৰু উদালী সংযোগী পথ, যি মোহৰী বজাৰ স্পৰ্শ কৰি গৈছে। এজাক বৰষুণ দিলেই পথছোৱা এটা পুখুৰীলৈ ৰূপান্তৰিত হয়। ডাঙৰ ডাঙৰ গাতত জমা হোৱা বোকাপানী ফালি অতি বিপদসংকুলভাৱে চলাচল কৰিবলগীয়া হৈছে সাধাৰণ পথচাৰীৰ লগতে সৰু-বৰ বাহনসমূহ। 
আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে এই পথছোৱাৰে দৈনিক বহু স্কুল-কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে কাপোৰ-কানি, কিতাপ-পত্ৰ বোকাত নষ্ট কৰি অতি কষ্টৰে নিজৰ শিক্ষানুষ্ঠানলৈ যাবলগীয়া হৈছে, যাৰ বাবে নিয়মিয়া পঢ়া-শুনাত ব্যাঘাত জন্মিছে। 
ভৱিষ্যতৰ মেৰুদণ্ড স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে অতি সোনকালে এই পথছোৱা মেৰামতি (পকীকৰণ) কৰিবলৈ অসম চৰকাৰ তথা লামডিং সমষ্টিৰ বিধায়ক শিৱু মিশ্ৰ ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাইছোঁ।
    user_Untold by ALI HUSSAIN
    Untold by ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.