হাঁহচৰা কালি-মন্দিৰৰ ভূমি বিবাদৰ যৱনিকা: ৰাজহুৱা সভাত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান 🔴যবনিকা পৰিল দীৰ্ঘদিনীয়া ভূমি বিবাদৰ। 🔴ডুমডুমা সমজিলা আৰু ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত হাঁহচৰা কালি-মন্দিৰৰ কাষত থকা ভূমি সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ অৱশেষত পৰিল যবনিকা। ৰাজহুৱা সভা অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা হয় ভূমি বিবাদ। 🔴 আৰ্টছাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা। সভাত উপস্থিত থকা বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি দীঘলীয়া আলোচনাৰ অন্তত ভূমি সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়। হাঁহচৰা কালি-মন্দিৰৰ ভূমি বিবাদৰ যৱনিকা: ৰাজহুৱা সভাত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান 🔴যবনিকা পৰিল দীৰ্ঘদিনীয়া ভূমি বিবাদৰ। 🔴ডুমডুমা সমজিলা আৰু ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত হাঁহচৰা কালি-মন্দিৰৰ কাষত থকা ভূমি সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ অৱশেষত পৰিল যবনিকা। ৰাজহুৱা সভা অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা হয় ভূমি বিবাদ। 🔴 আৰ্টছাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা। সভাত উপস্থিত থকা বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি দীঘলীয়া আলোচনাৰ অন্তত ভূমি সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়।

- নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য1
- মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।1
- বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ1
- যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ সহ এটা পিষ্টল জব্দ । আটকাধীন যুৱকজন গোলাঘাটৰ বাসিন্দা আজাদুৰ ৰহমান বুলি জানিব পৰা গৈছে।যোৰহাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ক্লাব ৰোড অঞ্চলৰ পৰা পুনৰ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। আজাদুৰ ৰহমানৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে যোৰহাট সদৰ আৰক্ষীযে । লগতে অভিযানৰ সময়ত এটা iPhone 17 মোবাইল ফোনো ,এখন Royal Enfield Hunter 350 মটৰচাইকেলো জব্দ কৰিছে।আৰক্ষীৰ সূত্ৰ অনুসৰি, আজাদুৰ ৰহমানে যোৰহাটৰ চিনামৰা অঞ্চলৰ ৰূপনগৰত ভাড়াতীয়া হিচাপে বহুদিন ধৰি বসবাস কৰি আহিছিল।এই অভিযানত লিচুবাৰী আৰক্ষী চকী আৰু যোৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান।3
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.1
- চোমণি গাঁওত বানপীড়িতলৈ সহায়ৰ হাত প্ৰাক্তন আৰক্ষী বিষয়াৰ৷ চৰাইদেউ জিলাৰ চোমণি অঞ্চলত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী বিষয়া সকল উপস্থিত হৈ একাংশ বানাক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াই৷ ১৯৮৭ বৰ্ষৰ উপ পৰিদৰ্শকৰ অসম আৰক্ষী সন্মিলনৰ উদ্যোগত আৰু সোৱণশিৰিয়াৰ সহযোগত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷নিজৰ গাঁথিৰ ধনেৰে গুৱাহাটীৰ পৰা এই সকল প্ৰাক্তন আৰক্ষী বিষয়াই সহায় আগবঢ়ায়৷ সাহাৰ্য প্ৰদান অনুষ্ঠানত ১৯৮৭ বৰ্ষৰ উপ পৰিদৰ্শক অসম আৰক্ষী সন্মিলনৰ হৈ সম্পাদক যুগকান্ত বৰা,প্ৰাক্তন আৰক্ষী বিষয়া মনোজ লহকৰ,পোনা গগৈ,পোনাৰাম গগৈ,শৈলেন দেউৰী,কল্যান গগৈ,ৰেবন শইকীয়া,মুহিধৰ গগৈ,ক্ষীতেশ বনিয়াৰ লগতে বহুকিইগৰাকী অৱসৰপৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে৷1