এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ উষ্ম বিদায় সম্বৰ্ধনা এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ উষ্ম বিদায় সম্বৰ্ধনা এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়।
২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ
মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড
সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
- Post by Moran Dorpon1
- 📌জুবিনক মাৰি পেলোৱাৰ পিছতো আত্মাতো ধৰি আছে অসম বাসিয়ে। 📌সি মৰিলে তাৰ আত্মা আৰু ঘুৰি নাহে। 📌জুবিন গাৰ্গ আৰু জীৱন বৰঠাকুৰে1
- Post by Khipro Jyoti bhuyan1
- যোৱা কালি লিডু শিঙৰীগাওঁত দ্বিতীয় যুদ্ধৰ পুৰণি মামৰ লগোৱা বোমা উদ্ধাৰ কৰা আজি সেনা বাহিনীৰ দ্বাৰা গাওঁৰ পিছ পিনে গাত খান্দি দিস্ফাছ কুৰি দিয়া হৈ উক্ত অস্থা নত লিডু আৰক্ষী চকী তথা গাওঁৰক্ষী বাহিনী উপস্থিত থাকে মই উমসংকৰ দেৱ মৌনভ অধিকাৰ মিডিয়া দিপুটি বিউৰো চীফ তিনিচুকীয়া অসম1
- ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত1
- Post by Pratidin Sarupathar1
- Post by Moran Dorpon1
- ⭕উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তিনিচুকীয়া জিলাৰ গোপনাৰীৰ দুগৰাকী ছাত্ৰী। ⭕আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা লিপিকা কুৰ্মীয়ে কলা শাখাত পাঁচটা বিষয়ত লেটাৰ সহ ৯০ শতাংশ লাভ কৰে ইপিনে মাকুম অশোক নগৰ স্থিত বিবেকানন্দ ইংলিছ একাডেমীৰ পৰা সংগিতা কুৰ্মীয়ে কলা শাখাত ৬৯ শতাংশ লাভ কৰিবলৈ সক্ষম হয়। ⭕গোপনাৰীৰ ব্যৱসায়ী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া অৰ্থাৎ লিপিকাৰ বৰদেউতাক দেবাৰু কুৰ্মীয়ে পিতৃ হাৰা হোৱাৰ পাছত লিপিকাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছিল, ইয়াৰ লগতে দিন হাজিৰা কৰিও সংগিতাৰ পিতৃয়ে সংগিতাৰ পঢ়াৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা আহিব দিয়া হোৱা নাছিল। ⭕তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা অঞ্চলত এনেদৰে সুনাম কঢ়িয়াই অনাত তিনিচুকীয়া জিলাৰ কুৰ্মী সমাজ জিলাৰ সভাপতি প্ৰকাশ কুৰ্মী,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰাজু কুৰ্মী, মাকুম শাখা সমিতিৰ সভাপতি ৰবি কুৰ্মী,সম্পাদক দীপক কুৰ্মী,তিনিচুকীয়া জিলা মহিলা কুৰ্মী সমাজৰ জিলা সম্পাদিকা মূলেশ্বৰী কুৰ্মী প্ৰমুখ্যে কৰি গাঁও খনৰ ৰাইজে দুয়োগৰাকীকে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।1
- Post by Dhansiri Barta1