logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সকলোৱে Support কৰিব NE 24 ASSAM উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যম।

1 hr ago
user_NE 24 ASSAM MEDIA NETWORK
NE 24 ASSAM MEDIA NETWORK
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
1 hr ago

সকলোৱে Support কৰিব NE 24 ASSAM উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যম।

More news from অসম and nearby areas
  • আজি মাতৃ দিৱস উপলক্ষে ধুবুৰীৰ গৌৰীপুৰতো উলহ-মালহৰে উদযাপন কৰা হয়। গৌৰীপুৰ গুৰুকুল ইংলিছ একাডেমীৰ উদ্যোগত ৰাজহুৱা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।
    1
    আজি মাতৃ দিৱস উপলক্ষে ধুবুৰীৰ গৌৰীপুৰতো উলহ-মালহৰে উদযাপন কৰা হয়। গৌৰীপুৰ গুৰুকুল ইংলিছ একাডেমীৰ উদ্যোগত ৰাজহুৱা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    20 hrs ago
  • নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন।
    1
    নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    54 min ago
  • ২০২৬ চনৰ বিশ্ব থেলাছেমিয়া দিৱস উপলক্ষে "হিডেন ন' মৰ: ফাইণ্ডিং দ্য আনডায়েগন'জড, ছাপৰ্টিং দ্য আনছিন" শীৰ্ষক বিষয়ত এপ'ল' এক্সেলকেয়াৰ হাস্পতালৰ থেলাছেমিয়া ৰোগীৰ আগতীয়া পৰীক্ষা প্ৰতিৰোধ আৰু উন্নত যত্নৰ আলোকপাত কৰি সজাগতামূলক পদক্ষেপ গ্ৰহণ
    1
    ২০২৬ চনৰ বিশ্ব থেলাছেমিয়া দিৱস উপলক্ষে "হিডেন ন' মৰ: ফাইণ্ডিং দ্য আনডায়েগন'জড, ছাপৰ্টিং দ্য আনছিন" শীৰ্ষক বিষয়ত এপ'ল' এক্সেলকেয়াৰ হাস্পতালৰ থেলাছেমিয়া ৰোগীৰ আগতীয়া পৰীক্ষা প্ৰতিৰোধ আৰু উন্নত যত্নৰ আলোকপাত কৰি সজাগতামূলক পদক্ষেপ গ্ৰহণ
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    2 hrs ago
  • বাক্সা জিলাৰ জালাহত উপস্থিত হ'ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। তেওঁ তাত স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    1
    বাক্সা জিলাৰ জালাহত উপস্থিত হ'ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। তেওঁ তাত স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    16 hrs ago
  • তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক। তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক। তামুলপুৰ, ১১ মে’ঃ তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল যোৱা ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অভিযোগ অনুসৰি, নগাঁৱৰ ছাহজাহান আলি নামৰ এজন যুৱকে কিশোৰীগৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা অভিযুক্ত ছাহজাহান আলিক আটক কৰাৰ লগতে কিশোৰীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰু সোধাপোচা অব্যাহত ৰাখিছে। ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে এই জঘন্য কাৰ্যৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। উল্লেখ্য যে, ঘটনাটোৱে এতিয়া তামুলপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
    1
    তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক।
তামুলপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ নিৰুদ্দেশ কিশোৰী, অপহৰণৰ অভিযোগত এজন আটক।
তামুলপুৰ, ১১ মে’ঃ তামুলপুৰ আৰক্ষীৰ তীব্ৰ অভিযানত অৱশেষত উদ্ধাৰ হ’ল যোৱা ৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
অভিযোগ অনুসৰি, নগাঁৱৰ ছাহজাহান আলি নামৰ এজন যুৱকে কিশোৰীগৰাকীক ফুচুলাই আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি অপহৰণ কৰিছিল। পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু তামুলপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি নিশা অভিযুক্ত ছাহজাহান আলিক আটক কৰাৰ লগতে কিশোৰীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত ছাহজাহান আলিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭(২) আৰু ১৪২ ধাৰাৰ অধীনত ৮৪/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত আৰু সোধাপোচা অব্যাহত ৰাখিছে।
ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। সংগঠনটোৱে এই জঘন্য কাৰ্যৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ তথা দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়।
উল্লেখ্য যে, ঘটনাটোৱে এতিয়া তামুলপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়। ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
    1
    ১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
১০ মে ২০২৬ তাৰিখে গৰিয়াকোঠ (ৰঙিয়া) মুকলি বিহু উদযাপন কৰা হয়।উক্ত অনুষ্ঠান ত ৰাইজে বিপুল সহাৰি জনায়।
    user_Arup Sarma
    Arup Sarma
    Local News Reporter ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • অসমত এনডিএ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলক সম্বোধন কৰে। ৰাজ্যৰ ভৱিষ্যত নীতি আৰু কাৰ্যসূচীৰ বাবে এই সম্বোধন অতি গুৰুত্বপূৰ্ণ।
    1
    অসমত এনডিএ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলক সম্বোধন কৰে। ৰাজ্যৰ ভৱিষ্যত নীতি আৰু কাৰ্যসূচীৰ বাবে এই সম্বোধন অতি গুৰুত্বপূৰ্ণ।
    user_NE 24 ASSAM MEDIA NETWORK
    NE 24 ASSAM MEDIA NETWORK
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    21 hrs ago
  • মিৰ্জা, বিজয়নগৰ আদি অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ যো-জা ন-বিধায়কৰ
    1
    মিৰ্জা, বিজয়নগৰ আদি অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ যো-জা ন-বিধায়কৰ
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    2 hrs ago
  • নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন।
    1
    নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদ্ যাপন।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.