Shuru
Apke Nagar Ki App…
চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। কাৰ্যতঃ স্বীকৃতি পালে ৬০০ বছৰীয়া ৰাজত্ব কালত আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে। দেশৰ ৪৩সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে চৰাইদেউ মৈদাম।
Saddam Ansari
চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। কাৰ্যতঃ স্বীকৃতি পালে ৬০০ বছৰীয়া ৰাজত্ব কালত আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে। দেশৰ ৪৩সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে চৰাইদেউ মৈদাম।
More news from Charaideo and nearby areas
- চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ।1
- ইতিহাসৰ পাত লুটিয়াই চতুৰ্থ খণ্ড অসমৰ ইতহিাসৰ বাবে গুৰুত্বপূৰ্ণ অধ্যায় চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ইউনেস্কৰ পৰা চৰাইদেউ মৈদামলৈ স্বীকৃতি ২০১৪ বৰ্ষত ইউনেস্ক’ৰ সাম্ভাব্য তালিকাত স্থান পাইছিল চৰাইদেউ মৈদামে ২০২৪ বৰ্ষৰ ২৬ জুলাইত লাভ কৰিলে স্বীকৃতি কেনেদৰে নিৰ্মাণ কৰা হৈছিল মৈদামসমূহ? ১০ বছৰৰ অন্তত চৰাইদেউ মৈদামে পালে স্বীকৃতি নতুন সময়ৰ সৈতে অশ্বিনী গগৈৰ বিশেষ প্ৰতিবেদন1
- #UNESCO'ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম অন্তৰ্ভূক্ত হোৱাৰ পাছতেই আনন্দত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিলাপথাৰবাসী ৰাইজে ৷1
- চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্রত অন্তভুৰ্ক্ত হোৱাত সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, মডেল মেপ প্ৰস্তুতকৰ্তা তথা প্রতিটো জৰীপক নেতৃত্ব দিয়া ড০ আলমৰ কৃতজ্ঞতা প্ৰকাশ..1
- 'অসমবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।' বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম অন্তৰ্ভূক্ত হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ।1
- চৰাইদেউ মৈদামলৈ ‘ৱৰ্ল্ড হেৰিটেজ ছাইট’ৰ স্বীকৃতি অসমবাসীৰ বাবে আন এক ঐতিহাসিক ক্ষণ ৰাজ্যৰ তৃতীয়টো ‘ৱৰ্ল্ড হেৰিটেজ ছাইট’লৈ ইউনেস্ক’ৰ স্বীকৃতি1
- চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পিছতে উৎফুল্লিত অসমবাসী1
- চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পাছতে চিলাপথাৰত আনন্দোৎসৱ ৷ IND365 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. IND365 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.1