logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াৰ শিমলুৱাত গ্ৰন্থ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।

1 hr ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
1 hr ago

ৰঙিয়াৰ শিমলুৱাত গ্ৰন্থ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।

More news from অসম and nearby areas
  • 📌বাক্সাৰ কুৰিবিলত বিষুৱা উৎসৱ পালন। 📌ৰাজ্যৰ অন্যান্য জনগোষ্ঠী সকলৰ দৰে ভূমি পুত্ৰ কোচ- ৰাজবংশীসকলেও বহাগ মাহত উদযাপন কৰি আহিছে বিষুৱা উৎসৱ। 📌বাক্সা জিলা কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আনন্দবজাৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় বিষুৱা উৎসৱ।
    1
    📌বাক্সাৰ কুৰিবিলত বিষুৱা উৎসৱ পালন। 
📌ৰাজ্যৰ অন্যান্য জনগোষ্ঠী সকলৰ দৰে ভূমি পুত্ৰ কোচ- ৰাজবংশীসকলেও বহাগ মাহত উদযাপন কৰি আহিছে বিষুৱা উৎসৱ। 
📌বাক্সা জিলা কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আনন্দবজাৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় বিষুৱা উৎসৱ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    5 hrs ago
  • শ্রী ছত্রপতি शिवाजी महाराज के साथ आदिवासियों का इतिहास সত্য থেকে ডারতে হয় মনুবাদী কিউন কি ও আদিবাসীদের ইতিহাস এবং তার পরিচয় শেষ করতে চাই। Maharashtra in which is the field is the a आदिवासी একই এলাকায় কিলে বেশি এবং আদিবাসী কে পরায়ন করা ছাড়া, তাদের পরিশ্রম ছাড়া কিলা তৈরি করা, তাদের রক্ষা করা অস্বাভাবিক, জঙ্গল, পাহাড়ের পথ আমি এবং আমার आदिवासियों को यह पता है। छत्रपति शिवाजी महाराज युद्ध के साथ अधिक काम करने वाले, पहाड़ी इलाके में जितने में अधिक সঙ্গে দেওয়া মাভেল আদিবাসীরা এখানে, 1600 থেকে আরও আদিবাসীদের এই ইতিহাসে এক সঙ্গে বলি ছিল, আদিবাসীদের পড়া লেখা না হওয়ার কারণ ফার্সির ইতিহাসে ইতিহাস থেকে আদিবাসীদের অবদান এই গাইব করা হয়েছে, কিন্তু সত্য কখনোই না ছুপাতা। @adivasi_indigenous বিস্সা ব্রিগেড সেমেন থেকে আদিবাসী बाहर हैं "আমরা রাজা ছপতি शिवाजी महाराज को आज भीत्रे, कल भी मे थे और हमारी आने वाली पीढ़ियां भी। মানেঙ্গি। জয় ছত্রপতি, জয় বিরসা, জয় বিএনপি, জয় সংবিধান, জয় ভারত জয় জোহার, জয় উলগুলান।
    4
    শ্রী ছত্রপতি शिवाजी महाराज के साथ आदिवासियों का इतिहास
সত্য থেকে ডারতে হয় মনুবাদী কিউন কি ও আদিবাসীদের ইতিহাস এবং তার পরিচয় শেষ করতে চাই।
Maharashtra in which is the field is the a आदिवासी একই এলাকায় কিলে বেশি এবং আদিবাসী কে পরায়ন করা ছাড়া, তাদের পরিশ্রম ছাড়া কিলা তৈরি করা, তাদের রক্ষা করা অস্বাভাবিক, জঙ্গল, পাহাড়ের পথ আমি এবং আমার आदिवासियों को यह पता है। छत्रपति शिवाजी महाराज युद्ध के साथ अधिक काम करने वाले, पहाड़ी इलाके में जितने में अधिक সঙ্গে দেওয়া মাভেল আদিবাসীরা এখানে, 1600 থেকে আরও আদিবাসীদের এই ইতিহাসে এক সঙ্গে বলি ছিল, আদিবাসীদের পড়া লেখা না হওয়ার কারণ ফার্সির ইতিহাসে ইতিহাস থেকে আদিবাসীদের অবদান এই গাইব করা হয়েছে, কিন্তু সত্য কখনোই না ছুপাতা।
@adivasi_indigenous
বিস্সা ব্রিগেড
সেমেন থেকে আদিবাসী
बाहर हैं
"আমরা রাজা ছপতি शिवाजी महाराज को आज भीत्रे, कल भी मे थे और हमारी आने वाली पीढ़ियां भी। মানেঙ্গি। জয় ছত্রপতি, জয় বিরসা, জয় বিএনপি, জয় সংবিধান, জয় ভারত জয় জোহার, জয় উলগুলান।
    user_Bijoyruidas
    Bijoyruidas
    Bajali (Pt), Assam•
    18 hrs ago
  • Baragaon Excel Care Hospital
    1
    Baragaon Excel Care Hospital
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    3 hrs ago
  • বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    2
    বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,,
" দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,,
বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ  চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    1 hr ago
  • Post by BHURAGAON LIVE
    1
    Post by BHURAGAON LIVE
    user_BHURAGAON LIVE
    BHURAGAON LIVE
    Newsagent ভূৰাগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • ​সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।
    1
    ​সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।
    user_Current News
    Current News
    Advertising agency লাহৰিঘাট, মৰিগাঁও, অসম•
    8 hrs ago
  • তামুলপুৰৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ নৃত্য কৰিলে জেং বিহু দলটিয়ে।
    1
    তামুলপুৰৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ নৃত্য কৰিলে জেং বিহু দলটিয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    12 hrs ago
  • 📌আজি চেৰা বিহু। 📌চেৰা বিহুৰ লগত সংগতি ৰাখি বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুবাত ভাগত যাত্ৰা কাৰ্যসূচী ৰূপায়ণ। 📌 ভক্তি ৰসত বিলীন হৈ পৰিছে পূৱ খাগ্ৰাবাৰী গোঁসাই চুবা।
    1
    📌আজি চেৰা বিহু।
📌চেৰা বিহুৰ লগত সংগতি ৰাখি বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুবাত ভাগত যাত্ৰা কাৰ্যসূচী ৰূপায়ণ। 
📌 ভক্তি ৰসত বিলীন হৈ পৰিছে পূৱ খাগ্ৰাবাৰী গোঁসাই চুবা।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    6 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.