Shuru
Apke Nagar Ki App…
#দৰঙৰ কৃষকসকলৰ বাবে শুভ সংবাদ দৰং জিলা কৃষি বিভাগৰ ৷ বানপীড়িত কৃষকসকলক কঠিয়া যোগান ধৰিব বিছাৰিছে কৃষি বিভাগে ৷ #বছৰৰ প্ৰথমতো বানপানীয়ে জিলাখনৰ বিশেষকৈ মঙলদৈ সমষ্টি আৰু ছিপাঝাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰলংকৰী বানপানীয়ে বিনস্ত কৰিছিল কৃষকৰ শালিধানৰ কঠিয়া ৷ #চৰকাৰী হিচাব অনুসৰি বানপানীয়ে মাৰি নিছিল জিলাখনৰ প্ৰায় ৪০০ হেক্টৰ মাটিৰ কঠিয়া ৷ #বানপানীৰ পিছত কৃষকে পুনৰ কঠিয়া সিচিবলৈ উপযুক্ত কৃষি ভূমিৰ অভাৱ অনুভৱ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰস্তুত কৰিছে দৰং জিলা কৃষি বিভাগে শালিধানৰ কঠিয়া ৷ #দলগাওঁ বীজ পামত ১৫০ হেক্টৰ ভূমিত প্ৰস্তুত কৰা ৰঞ্জিত চাৱ-১ আৰু বাহাদুৰ চাৱ-১ নামৰ উন্নত শালিধানৰ কঠিয়া বিনামূলীয়াকৈ কৃষকে লাভ কৰিব ৷
Hawa singh

More news from Kamalpur and nearby areas
- লখিমপুৰৰ কমলপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰত ৰাইজে লগালে তলা স্বাস্থ্য উপকেন্দ্ৰটো মেৰামতিৰ নামত অনিয়মৰ অভিযোগ1
- দৰঙৰ কৃষকসকলৰ বাবে শুভ সংবাদ দৰং জিলা কৃষি বিভাগৰ ৷1
- গুৱাহাটী দিঘলী পুখুৰীত আহিলোঁ। ঐ ঘন্টা ভালকে ফটো উঠ । নুঠো ফটো কি কৰিবি। নাওঁত উঠিলোঁ Sasanka4x1
- গুৱাহাটী পাৰাঘাটত অৰ্দ্ধদেহ উদ্ধাৰ মূহুৰ্তত/জাহাজঘাটৰ কৰ্মচাৰীয়ে দেখিল/আৰক্ষীক খবৰ দিয়ে1
- ||মন্ত্ৰী জয়ন্ত মল্লৰ তৎপৰতাঃএইমছ গুৱাহাটী, নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বুজাবুজি চুক্তি||1
- নলবাৰীবাসীৰ বাবে সুখবৰ। গুৱাহাটী এইমছ আৰু নলবাৰী মেডিকেল কলেজৰ মাজত বুজাবুজি চুক্তি।1
- গুৱাহাটী Guwahati1
- গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰকত কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয় ।1