logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কৰাৰকুৰ ডেইজী ৰিজোৰ্টত আৰক্ষীৰ অভিযান 📌 আৰক্ষীৰ অভিযানত এগৰাকী যুৱতী আটক হোৱাৰ লগতে এগৰাকী যুৱক পিছ ফালেদি পলায়ন কৰাৰ অভিযোগ। 📌 ৰিজোৰ্ট খনৰ পৰা জব্দ AS 18N 8190 নম্বৰৰ এখন মটৰ ছাইকেল। 📌 দীৰ্ঘ দিনৰ পৰা ৰিজোৰ্টখনত অনৈতিক কাৰ্য চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। 📌 অনৈতিক কাৰ্য বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ।

1 hr ago
user_NeTV - North East TV
NeTV - North East TV
Media house কলগাছিয়া, বৰপেটা, অসম•
1 hr ago

কৰাৰকুৰ ডেইজী ৰিজোৰ্টত আৰক্ষীৰ অভিযান 📌 আৰক্ষীৰ অভিযানত এগৰাকী যুৱতী আটক হোৱাৰ লগতে এগৰাকী যুৱক পিছ ফালেদি পলায়ন কৰাৰ অভিযোগ। 📌 ৰিজোৰ্ট খনৰ পৰা জব্দ AS 18N 8190 নম্বৰৰ এখন মটৰ ছাইকেল। 📌 দীৰ্ঘ দিনৰ পৰা ৰিজোৰ্টখনত অনৈতিক কাৰ্য চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। 📌 অনৈতিক কাৰ্য বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ।

More news from অসম and nearby areas
  • সোণতলীৰ নাজমা-হীৰা মেমৰিয়েল পাব্লিক স্কুলত গ্ৰন্থ উন্মোচনী অনুষ্ঠান# #হিবজুৰ ছিদ্দিকীৰ "উভতি নহাৰ বাট" নামৰ গ্ৰন্থ উন্মোচন#
    1
    সোণতলীৰ নাজমা-হীৰা মেমৰিয়েল পাব্লিক স্কুলত গ্ৰন্থ উন্মোচনী অনুষ্ঠান#
#হিবজুৰ ছিদ্দিকীৰ "উভতি নহাৰ বাট" নামৰ গ্ৰন্থ উন্মোচন#
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    21 hrs ago
  • Post by Santosh biswas
    1
    Post by Santosh biswas
    user_Santosh biswas
    Santosh biswas
    তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • তামুলপুৰৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ নৃত্য কৰিলে জেং বিহু দলটিয়ে।
    1
    তামুলপুৰৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ নৃত্য কৰিলে জেং বিহু দলটিয়ে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে। #newsreport
    1
    ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
  • ধুবুৰী গৌৰীপুৰত ভয়ংকৰ ঘটনা। বেগুনতুলি দলঙৰ ৰেলিঙৰ ভিতৰত সোমাল এজন যুবক। প্ৰায় এঘণ্টাৰ অন্তত SDRF, অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে যুৱকজনক। উদ্ধাৰ অভিযান চাবলৈ হেতাওপৰা ৰাইজৰ।
    1
    ধুবুৰী গৌৰীপুৰত ভয়ংকৰ ঘটনা। বেগুনতুলি দলঙৰ ৰেলিঙৰ ভিতৰত সোমাল এজন যুবক। প্ৰায় এঘণ্টাৰ অন্তত SDRF, অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে যুৱকজনক। উদ্ধাৰ অভিযান চাবলৈ হেতাওপৰা ৰাইজৰ।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • বহাগ মাহৰ ৪,৫ আৰু ৬ তাৰিখলৈ, অৰ্থাৎ ১৮,১৯ আৰু ২০ এপ্ৰিললৈ, মা মহামায়া মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব ১০৬ সংখ্যক মা মহামায়া পূজা আৰু সাত বেষমাৰ মেলা। এই অনুষ্ঠানটো অঞ্চলটোৰ অন্যতম পুৰণি আৰু ঐতিহ্যবাহী ধৰ্মীয় উৎসৱ হিচাপে পৰিচিত। পূজা উপলক্ষে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, ভক্তিমূলক সংগীত, আৰু মেলাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিয়ে জনোৱা মতে, এই পূজাৰ জৰিয়তে বিশ্ব শান্তি আৰু সমাজৰ মঙ্গল কামনা কৰা হ’ব। লগতে পৰিৱেশ সুৰক্ষাৰ বাণী প্ৰচাৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সমগ্ৰ অঞ্চলৰ লগতে দূৰ-দূৰণিৰ ভক্তসকলৰ আগমন ঘটিছে। মেচপাৰা-বৰজানৰ মা মহামায়া ধামত অনুষ্ঠিত এই ঐতিহ্যবাহী পূজা আৰু মেলাই পুনৰ এবাৰ সমাজৰ ঐক্য আৰু আধ্যাত্মিকতাৰ এক উজ্জ্বল দৃষ্টান্ত আগবঢ়াব বুলি আশা কৰা হৈছে।
    1
    বহাগ মাহৰ ৪,৫ আৰু ৬ তাৰিখলৈ, অৰ্থাৎ ১৮,১৯ আৰু ২০ এপ্ৰিললৈ, মা মহামায়া মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব ১০৬ সংখ্যক মা মহামায়া পূজা আৰু সাত বেষমাৰ মেলা। এই অনুষ্ঠানটো অঞ্চলটোৰ অন্যতম পুৰণি আৰু ঐতিহ্যবাহী ধৰ্মীয় উৎসৱ হিচাপে পৰিচিত।
পূজা উপলক্ষে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, ভক্তিমূলক সংগীত, আৰু মেলাৰ আয়োজন কৰা হৈছে।
আয়োজক সমিতিয়ে জনোৱা মতে, এই পূজাৰ জৰিয়তে বিশ্ব শান্তি আৰু সমাজৰ মঙ্গল কামনা কৰা হ’ব। লগতে পৰিৱেশ সুৰক্ষাৰ বাণী প্ৰচাৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
সমগ্ৰ অঞ্চলৰ লগতে দূৰ-দূৰণিৰ ভক্তসকলৰ আগমন ঘটিছে। 
মেচপাৰা-বৰজানৰ মা মহামায়া ধামত অনুষ্ঠিত এই ঐতিহ্যবাহী পূজা আৰু মেলাই পুনৰ এবাৰ সমাজৰ ঐক্য আৰু আধ্যাত্মিকতাৰ এক উজ্জ্বল দৃষ্টান্ত আগবঢ়াব বুলি আশা কৰা হৈছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    21 hrs ago
  • তামুলপুৰৰ নাগ্ৰীজুলিৰ গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন।
    1
    তামুলপুৰৰ নাগ্ৰীজুলিৰ গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • गुवाहाटी महानगर के सीजूबारी में युवा शक्ति नाम लेकर चल रहे थे वृत्तीय प्रतिष्ठान स्थानीय लोगों ने युवा शक्ति वृत्तीय प्रतिष्ठा को उनके पैसे हरअपने को लेकर दिया बयान.... #newsreport
    1
    गुवाहाटी महानगर के सीजूबारी में युवा शक्ति नाम लेकर चल रहे थे वृत्तीय प्रतिष्ठान स्थानीय लोगों ने युवा शक्ति वृत्तीय प्रतिष्ठा को उनके पैसे हरअपने को लेकर दिया बयान....
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    17 hrs ago
  • 📌ধুবুৰী জিলাত চাঞ্চল্যকৰ ঘটনা। 📌জৰুৱাৰ চৰ অঞ্চলৰ এটা পৰিয়ালৰ ৭ জন সদস্য ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    📌ধুবুৰী জিলাত চাঞ্চল্যকৰ ঘটনা। 
📌জৰুৱাৰ চৰ অঞ্চলৰ এটা পৰিয়ালৰ ৭ জন সদস্য ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.