Shuru
Apke Nagar Ki App…
জোনাইৰ ৰতকে গাঁৱত সোমবাৰে নিশা চুৰি হ'ল এখন চাৰিচকীয়া টাটা য়ুদ্ধা। জোনাই থানাত এজাহাৰ দাখিল। কোনো সদাশয় ব্যক্তিয়ে বাহনখন প্ৰত্যক্ষ কৰে তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 9101031287 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী ব্যক্তিগৰাকীয়ে।
Inamul Islam
জোনাইৰ ৰতকে গাঁৱত সোমবাৰে নিশা চুৰি হ'ল এখন চাৰিচকীয়া টাটা য়ুদ্ধা। জোনাই থানাত এজাহাৰ দাখিল। কোনো সদাশয় ব্যক্তিয়ে বাহনখন প্ৰত্যক্ষ কৰে তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 9101031287 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী ব্যক্তিগৰাকীয়ে।
More news from Jonai and nearby areas
- জোনাই জন জাগৰণ আঞ্চলিক দল ত্যাগ কৰিলে ৰত্নেশ্বৰ মিলিয়ে1
- জোনাই চিৰকি নানৌ লত্তাত (কৃষ্টি ভৱন প্ৰাংগণত মংগবাৰে অনুষ্ঠিত হবলগীয়া আদী-মিচিং বা:নে কৌবাঙৰ বিশেষ প্ৰতিনিধি ও মুকলি সভাৰ প্ৰস্তুতি সম্পন্ন1
- #Sugaree জোনাই বাসীৰ বাবে অতিকৈ সু-খবৰ। চুগাৰী ফুড ডেলিবাৰীয়ে পোন প্ৰথমবাৰৰ বাবে জোনাইলৈ লৈ আনিছে এই সু-খবৰটি। ঘৰতে বহি এতিয়াৰ পৰা লাভ কৰিব পাৰিব আপোনাৰ নিজৰ মন পচন্দৰ সু-স্বাদু খাদ্য।1
- আমাৰ জনজাতি বামুণ জোনাই বিধানসভাৰ বিধায়ক ভুৱন পেগু কি মন্তব্য দিছে ৰাইজে মনযোগেৰে শুনা দৰকাৰ। মিচিং জাতীয় সংগঠনৰ সংবিধানৰ নীতি-নিয়ম,বিধি-বিধান কিবা আছে নে নাই? যদি সংবিধান আছে তেন্তে বিজেপিৰ বিধায়ক এজনে কেনেকৈ টিএমপিকেৰ সংগ্ৰাম কৰি থাকিম বুলি ৰাজহুৱাকৈ মন্তব্য দিবলৈ সুবিধা পাইছে। ৰাজনীতি কৰা নেতাসকল চৰিত্ৰ হৈছে চিনেমা জগতৰ অভিনেতা দৰে আৰু সিহঁতৰ চৰিত্ৰ ভিন্ন সময় বিভিন্ন ৰূপ ধাৰণ কৰে।গতিকে মিচিং জাতীয় সংগঠনৰ নেতাসকলে জোনাই বিধানসভাৰ বিধায়কজনৰ মন্তব্য ওপৰত অতি শীঘ্ৰে স্পষ্টীকৰণ দিয়া উচিত নহলে সাধাৰণ মিচিং ৰাইজে ভাবিবলৈ বাধ্য হʼব যে টিএমপিকে ভুৱন পেগুৰ ৰাজনৈতিক বন্দীশালত বন্দী হৈ আছে বুলি।1
- # জোনাইৰ উজনি বিজয়পুৰ গাঁৱত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ৷ # ৰাইজে জোনাই বন বিভাগক গতাই দিয়া প্ৰকাণ্ড অজগৰ সাপটো মুকলি কৰি দিলেগৈ পবা বনাঞ্চলত৷1
- সংসদীয় অথবা ৰাজনৈতিক আন্দোলন কৰিলে ডঃ বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ দৰে নিজৰ স্থিতি অটল হৈ সংগ্ৰাম কৰিব লাগে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত সকলোৱে বৃটিছ শাসনক অৱসান ঘটাবলৈ সকলো স্বাধীনতা সংগ্ৰামী নেতাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জড়িত আছিল কিন্তু আম্বেদকাৰে এই আন্দোলন জড়িত হোৱা নাছিল বৃটিছৰ পক্ষত থিয় দিছিল। তেখেতৰ মতে সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিয়া: আম্বেদকাৰে সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজখনক অগ্ৰাধিকাৰ দিছিল, বিশেষকৈ জাতি ব্যৱস্থা আৰু দলিতসকলে (পূৰ্বতে "অস্পৃশ্য" বুলি জনাজাত) সন্মুখীন হোৱা বৈষম্যক অগ্ৰাধিকাৰ দিছিল। তেওঁৰ মতে সামাজিক সমতা আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ ন্যায় অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন হ’ব। সামগ্ৰিকভাৱে আম্বেদকাৰৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নকৰাৰ মূলতে আছিল তেওঁৰ সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধতা আৰু ভাৰতীয় সমাজত শিপাই থকা বৈষম্যসমূহৰ সমাধান নকৰাকৈ ভাৰতৰ বাবে প্ৰকৃত স্বাধীনতা লাভ নহ’ব বুলি তেওঁৰ বিশ্বাস। এই মহান মানুহজনৰ অৱদানৰ কাৰণে জোনাই বিধানসভাৰ বিধায়কজনে অনুসূচীত জনজাতিৰ কাৰণে সংৰক্ষিত আসনৰপৰা নিৰ্বাচিত হৈ আহি সংবিধানৰ সংৰক্ষণ ব্যৱস্থাৰ আবিষ্কাৰ কৰা ব্যক্তিজনৰ স্বৰ্গবাসী আত্মাত আঘাত সানিছে।বিজেপি চৰকাৰৰ বিভাজন কৰি শাসন কৰা নীতিৰ দিনত Liberty equality and fraternity ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকাৰ পাছতো আমাৰ সমাজ ব্যৱস্থাত প্ৰয়োগ কৰা আমি দেখিবলৈ পাইছে নে? বড়ো জাতিৰ নেতাসকলৰ স্থিতি সলনি নহয় আমাৰ মিচিং ৰাজনৈতিক নেতাসকলৰ একো স্থিতি নাই। গতিকে জাতিটোৱে ন্যায় শব্দটো নৰকত গৈ জমদুত পৰা বিচাৰিব লাগিব যেন পাইছো।1
- দ্বিতীয় বৈকুন্ঠপুৰীলৈ পৰিনত হল চাবুৱাৰ ৰহমৰীয়া1
- Tinsukia to dibrugarh university1