Shuru
Apke Nagar Ki App…
হাইলাকান্দির পিএ টু ডিসি প্রয়াত বিলাল উদ্দিন লস্কর খুব ভাল মানুষ ছিলেন,বললেন এলাকার প্রাক্তন বিধায়ক আনোয়ার হাইলাকান্দির পিএ টু ডিসি প্রয়াত বিলাল উদ্দিন লস্কর খুব ভাল মানুষ ছিলেন,বললেন এলাকার প্রাক্তন বিধায়ক আনোয়ার
BAHAR UDDIN LASKAR
হাইলাকান্দির পিএ টু ডিসি প্রয়াত বিলাল উদ্দিন লস্কর খুব ভাল মানুষ ছিলেন,বললেন এলাকার প্রাক্তন বিধায়ক আনোয়ার হাইলাকান্দির পিএ টু ডিসি প্রয়াত বিলাল উদ্দিন লস্কর খুব ভাল মানুষ ছিলেন,বললেন এলাকার প্রাক্তন বিধায়ক আনোয়ার
More news from इंडिया and nearby areas
- সন্ধিয়া চাৰি বজাৰ পৰা লেখা পানী লিডু এলেকাত যাক যাক বৰষুণ দিব লৈ ধৰিছে এতিয়া লৈকে ব্ৰুখুন এৰাৰ কোনো সন্ধান দেখা নাই গাওঁৰ লোক সকলে বৰুখো নৰ পৰা চৌকা পৰ্যন্ত যোলাব পৰা ভাত ৰান্ধিবো কেনে কৈ ঘৰৰ ভিতৰুৱা ঠাইত পানিহে হুমালে গৈ1
- Post by Mahesh kumar das1
- মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান1
- EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport1
- বৃহস্পতিবাৰে পুৱা কাটাক ৰেলৱে ষ্টেচনত ১৫৬২৮ নং চিলচাৰ–কইম্বাটুৰ এক্সপ্ৰেছ ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা স্থানীয় ৰে’ল এখনে একে সময়তে একেটা ট্ৰেকতে প্ৰৱেশ কৰাত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। শিলচৰ–কইম্বাটুৰ এক্সপ্ৰেছৰ ইঞ্জিন পাইলটৰ সজাগতা আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সম্ভাৱ্য বিপৰ্যয়জনক দুৰ্ঘটনা ৰোধ হয়। সময়ত বিপদ অনুভৱ কৰি ডাইভাৰে ৰে’লখনৰ গতি বহু পৰিমাণে হ্ৰাস কৰিলে, যাৰ ফলত সংঘৰ্ষৰ পৰা হাত সাৰিব পাৰিলে আৰু ৰেলখন থকা হাজাৰ হাজাৰ যাত্ৰীৰ সুৰক্ষা নিশ্চিত হ’ল। ৰে’লৱেৰ বিষয়াসকলে কয় যে সেই জটিল মুহূৰ্তত গতি হ্ৰাস নকৰিলে গুৰুতৰ দুৰ্ঘটনা সংঘটিত হ’ল হেঁতেন।1
- ধিঙৰ ডুমডুমীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন। ডুমডুমীয়াৰ বলিকটিয়াত মটৰ চাইকেল আৰু ট্ৰেক্টৰৰ সংঘৰ্ষত থিতাতে নিহত এজন। নিহত লোকজন বাইক আৰোহি বৰালিমাৰী গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ জালিম মূৰ্তজা। জালিম মূৰ্তজাই নিজৰ AS02AU4308 নং প্লেটিনা বাইক লৈ ডুমডুমীয়া অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত সন্মুখত নম্বৰ প্লেট বিহীন ট্ৰেক্টৰ চপাই দিয়াত খুন্দা খাই চিটিকি পৰে আৰু লগে লগে নিহত হয়। ঘটনাস্থলীত স্থানীয় দগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নগাওঁ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।1
- Post by Eakupall1
- Post by Mahesh kumar das1
- মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ! ৰকিবুল হুছেইনৰ সংবাদ মেল1