logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

14 hrs ago
user_Shomesh Uddin
Shomesh Uddin
বৰপেটা, বৰপেটা, অসম•
14 hrs ago

More news from অসম and nearby areas
  • 📌নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই জৰাজীৰ্ণ কাহিতামা আয়ুষ্মান আৰোগ্য মন্দিৰ। 📌ঠিকাদাৰৰ বিৰুদ্ধে কাহিতামা ৰাইজৰ তীব্ৰ ক্ষোভ।
    1
    📌নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই জৰাজীৰ্ণ কাহিতামা আয়ুষ্মান আৰোগ্য মন্দিৰ।
📌ঠিকাদাৰৰ বিৰুদ্ধে কাহিতামা ৰাইজৰ তীব্ৰ ক্ষোভ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    18 hrs ago
  • জালাহত মুকলি বিহু প্ৰতিযোগিতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ ।
    1
    জালাহত মুকলি বিহু প্ৰতিযোগিতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ ।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    6 hrs ago
  • *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।
    1
    *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ*
*ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ  ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা*
*গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস*
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক  আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। 
আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে  শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ 
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু 
বিজ্ঞান শাখাত  উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। 
অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, 
শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।
    user_Anup
    Anup
    Video Creator ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    8 hrs ago
  • পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।
    1
    পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    9 hrs ago
  • Post by Ajay Sarania
    1
    Post by Ajay Sarania
    user_Ajay Sarania
    Ajay Sarania
    বাগানপাৰা (পিটি), বাক্সা, অসম•
    16 hrs ago
  • উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে স্বাক্ষৰ থকা এখন চেক চুৰি কৰি গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
    1
    উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে  স্বাক্ষৰ থকা এখন চেক চুৰি কৰি  গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ  প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    7 hrs ago
  • লংকাৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান কৃষ্ণ বৰা বি.এড কলেজত দিনজোৰা কাৰ্যসূচীৰে "বহাগৰ এদিন" উদযাপন।। কাৰ্য্যসূচী অনুসৰি পূৱা বিহুৰ পতাকা উত্তোলন,অমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, পৰম্পৰাগত খেল-ধেমালি, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা জেং বিহু আৰু মুকলি বিহু অনুষ্ঠিত কৰা হয়।।মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ দ্বাৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত বিহুৰ লগত সংগতি ৰখা বিভিন্ন বয়-বস্তুৰ বিপনীও মুকলি কৰা হয় ।। আবেলিলৈ উক্ত অনুষ্ঠানতেই সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব ।। BYTE: মহাবিদ্যালয়খনৰ অধ্যক্ষ।। লংকাৰ পৰা মনোজ কুমাৰ পাঠক।।
    1
    লংকাৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান কৃষ্ণ বৰা বি.এড কলেজত দিনজোৰা কাৰ্যসূচীৰে "বহাগৰ এদিন" উদযাপন।। কাৰ্য্যসূচী অনুসৰি পূৱা বিহুৰ পতাকা উত্তোলন,অমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, পৰম্পৰাগত খেল-ধেমালি, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা জেং বিহু আৰু মুকলি বিহু অনুষ্ঠিত কৰা হয়।।মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ দ্বাৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত বিহুৰ লগত সংগতি ৰখা বিভিন্ন বয়-বস্তুৰ বিপনীও মুকলি কৰা হয় ।। আবেলিলৈ উক্ত অনুষ্ঠানতেই সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব ।। 
BYTE: মহাবিদ্যালয়খনৰ অধ্যক্ষ।।
লংকাৰ পৰা মনোজ কুমাৰ পাঠক।।
    user_Anup
    Anup
    Video Creator ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    9 hrs ago
  • কুঠৰিঝাৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিষ্টা দিৱস হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ ।
    1
    কুঠৰিঝাৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিষ্টা দিৱস হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ ।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    10 hrs ago
  • কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু কেনেদৰে হৈছিল।
    1
    কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু কেনেদৰে হৈছিল।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.