Shuru
Apke Nagar Ki App…
Nur Laskar
More news from অসম and nearby areas
- Post by Mahesh kumar das1
- এইবেলি নিকেতনখনৰ পৰা মুঠ ৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে ৩ জনে ডিষ্টিংচন, ৫ জনে ষ্টাৰ, ৪৫ জনে প্ৰথম বিভাগ, ৩২ জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। পাহাৰীয়া জিলা কাৰ্বি আংলঙত সৰ্বোচ্চ নম্বৰৰ লগতে সংস্কৃত বিষয়ত এশ শতাংশ নম্বৰ লাভ কৰা এই নিকেতনৰ ছাত্ৰী অলংকৃতা বৰকটকীকো অভিনন্দন জ্ঞাপন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীসকলক নিকেতন প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মা ।2
- সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।1
- ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে। #newsreport1
- 📌চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সোণতলীত দিল্লী আৰক্ষীৰ অভিযান। 📌কুখ্যাত চাইবাৰ অপৰাধী হাসমত আলী ওৰফে হাচিবক গ্ৰেপ্তাৰ।1
- Post by DeV 24 News1
- চামগুৰি সমষ্টিৰ বিধায়ক হব তানজিল হুছেইন। চাৰি মে' তাৰিখৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্ব লৈকে। চামগুৰি সমষ্টিৰ বিধায়ক আব্দুল আজিজ। সমষ্টিটোৰ চাহৰ দোকানে দোকানে ওলাইছে আব্দুল আজিজৰ অংক মাষ্টৰ। অংক মাষ্টৰ সকলৰ মতে চামগুৰিৰ বিধায়ক হব আব্দুল আজিজ । চাৰি মে'ত নিৰ্বাচনৰ ফলাফল।1
- আপোনালোকে এই page টো অধিক share কৰিব, এইটো মাত্ৰ এটা এক্সিট পল হে, আপোনালোকে 4 তাৰিখ লৈকে হে শুদ্ধ আৰু নিকা ফলাফল টো পাবলৈ এই page টো follow কৰি দিব।1
- Post by DeV 24 News1