কুমাৰীকাটাত পানীত পৰি কন্যা এটি শিশুৰ কৰুণ মৃত্যু। অঞ্চলজুৰি শোকৰ ছাঁ। কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু। ============================== কুমাৰীকাটা ২৯ এপ্ৰিল:-- তামুুলপুুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পশ্চিম কুমাৰীকাটাৰ অধিনৰ সত্যনাৰায়ণপুুৰ গাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰী মিঠুন বৰ্মন আৰু শ্ৰী আৰতী বৰ্মনৰ ১১ বছৰীয়া কণ্যা সন্তান শ্ৰী ববিতা বৰ্মনে পথৰ কাখৰ নলাত পৰি আকস্মিক ভাৱে মৃত্যু মুখত পৰে । জানিব পৰা মতে কবিতা আৰু তাইৰ বান্ধবী সম বয়সৰে ছোৱালী শ্ৰী দিপালী বৰ্মনে গাওখনৰে এটা পথেৰে খেজুৰ খাবলৈ বুলি ওলাই যাওঁতে দিনৰ একমান বজাত পথৰ কিনাৰত থকা নলাৰ পানীত পৰি বুৰ গৈছিল যদিও গাৱৰ ৰাইজে দেখি তাইক ততালিকে উদ্ধাৰ কৰে। কিন্তু ববিতাক পানীৰ তলত বুৰ যোৱাত তাইক বিচাৰি পোৱাত পলম হোৱাত পানী খাই মৃত্যুমুখত পৰে । কবিতাৰ মৃত্যূত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ।

- #Hindipoems #Assam1
- কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু কেনেদৰে হৈছিল।1
- উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে স্বাক্ষৰ থকা এখন চেক চুৰি কৰি গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।1
- Post by Ajay Sarania1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা।ভনী জোৱাইৰ গাড়ীৰ চেপাত প্ৰাণ গল বৌৱেক ৰমিছা খাতুন।গাড়ীৰ চেপাত গুৰুত্ব ভাৱে আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম।শহুৰৰ ঘৰলৈ আহি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সৰু জোৱাইয়ে।4
- *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।1
- পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।1
- Post by U song my videos1