Shuru
Apke Nagar Ki App…
পশ্চিমীয়া সংস্কৃতিৰ মাজত একাংশ অসমীয়া যুৱক যুৱতী সকল মতলীয়া হৈ থকা সময়তে ওদালগুৰিত দেখা গল অন্য এক দৃশ্য। গুৰুজনাক স্মৰণ কৰি জনজাতীয় ৰাভা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ যুৱকে হৰিৰ নামেৰে নিশালৈ মুখৰিত কৰিলে ওদালগুৰি। এই দৃশ্য ওদালগুৰি চহৰৰ সমীপৰ বটাবাৰীৰ। সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোগত, ওদালগুৰি জিলা তৰুণ বিদ্যার্থী সমাজৰ সহযোগতএকশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য্য ইলাৰাম দাস বাপ ঈশ্বৰৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উদযাপন লগতে যুৱ সমাৰোহ আৰু সতী ৰাধিকা মাতৃ সেৱা সমাজ, অসমৰ মাতৃ সমাৰোহৰ তিনিদিনীয়া কাৰ্যসূচীৰ কালি সামৰণিৰ দিনটোৰ দেখা গল এই দৃশ্য।
Bhigu chabuk dhara