Shuru
Apke Nagar Ki App…
ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ ভিতৰত সোমাই নিশাৰ আন্ধাৰ সুযোগ লৈ হানি খুচি হত্যা মাজগুমীৰ সমেজ আলীক। হত্যা কৰা অভিযুক্তক চিনাক্ত হোৱা নাই যদিও আৰক্ষীয়ে চিনাক্ত কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে। ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
ANOWAR HUSSAIN
ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ ভিতৰত সোমাই নিশাৰ আন্ধাৰ সুযোগ লৈ হানি খুচি হত্যা মাজগুমীৰ সমেজ আলীক। হত্যা কৰা অভিযুক্তক চিনাক্ত হোৱা নাই যদিও আৰক্ষীয়ে চিনাক্ত কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে। ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
More news from অসম and nearby areas
- ড্ৰাগছ মাফিয়াৰ বিপদ ঘন্টা বজাইছে আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মা জোৰশিমুলীত আকৌ ড্ৰাগছসহ আটক সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এতিয়া শূন্য সহনশীলতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে। বিশেষকৈ দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মা এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে এক মূৰৰ কামোৰণি। যোগদান কৰাৰ দুমাহ নহওঁতেই এটাৰ পিছত আন এটা সফল অভিযানে কঁকাল ভাঙিছে ড্ৰাগছ ব্যৱসায়ীৰ। ড্ৰাগছ মাফিয়াৰ হৈ কোনো দয়া নাই, ক্ষমা নাই আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ। জোৰশিমুলী আৰক্ষী চকীত যোগদান কৰাৰ পিছৰে পৰাই যেন 'একচন মুড'ত আছে এইগৰাকী আৰক্ষী বিষয়া। এফালৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰি ড্ৰাগছ মাফিয়াৰ টোপনি হৰণ কৰিছে আৰক্ষীয়ে। এইবাৰ ঘটনাস্থলী দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ ঘোঁৰামাৰা পথাৰ। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘোঁৰামাৰা পথাৰত চলাইছিল এক অতৰ্কিত অভিযান। অভিযানত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোঁৰামাৰা পথাৰ গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদ আলীক। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১০ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা ম’বাইল ফোন জব্দ কৰে।1
- দক্ষিণ কামৰূপৰ ঐতিহাসিক চণ্ডিকা দেৱালয়ত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লেখযোগ্য যে ৰবিবাৰে ৰাতিপুৱাৰ ভাগত উপস্থিত হৈ তেওঁ মাৰ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁক দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।1
- ২৭ পুহ, সোমবাৰ..1
- Post by Swapamaiar1
- Post by Pawanveer TOURS and travels Bishnu Singh1
- ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্যাপন1
- মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ1
- বকোৰ হাহিমত বিজেপি দলৰ বুঠ সভাপতি সকলৰ সৈতে মতবিনিময় কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। লগতে দলীয় কৰ্মীসকল ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আগন্তুক দিনত দলৰ ভেতি শক্তিশালী কৰাৰ বাবে তেওঁ কৰ্মীসকলক অনুৰোধ জনাই।1