Shuru
Apke Nagar Ki App…
কাইলৈৰ পৰা মহুৰামুখৰ ১ নং অফলাত পাঁচদিনীয়াকৈ পঃৰাগ মহোৎসৱ।
Trinayan Bora khobor bokakhat
কাইলৈৰ পৰা মহুৰামুখৰ ১ নং অফলাত পাঁচদিনীয়াকৈ পঃৰাগ মহোৎসৱ।
More news from অসম and nearby areas
- মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক। জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে। ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।1
- Post by Tezpur Barta1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1
- তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে। পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 90742382611
- Post by Imdad hussain1
- Post by Assam Update1