Shuru
Apke Nagar Ki App…
নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। তেওঁৰ লগত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনে আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে।
AM News 24
নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। তেওঁৰ লগত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনে আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে।
More news from অসম and nearby areas
- 📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে। ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।1
- নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ কৰ্মী-সমৰ্থক লৈ বিশাল পদযাত্ৰা।1
- অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। #Breaking অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। দুৰ্নীতিৰ অভিযোগ তুলি তিব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ! অসম মালাৰ অধীনত বঙাইগাওঁ আৰু যোগীঘোপা সংযোগী ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। তথ্য অনুশৰি কালভাৰ্টটোৰ নিৰ্মাণকাৰ্যৰ প্ৰথম অৱস্থাত ঢালাই মাৰি নিৰ্মাণ কৰা হৈছিল। কিন্তু পিছ'লৈ কালভাৰ্টটোৰ ওপৰত প্ৰায় ২ ইঞ্চি বালি আৰু শিলৰ স্তৰ পেলাই পিচ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। কালভাৰ্টটোৰ নিৰ্মাণত প্ৰয়োজনীয় মানদণ্ড আৰু নিৰ্ধাৰিত নিয়ম-নীতি মানি নচলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযো ,উচিত তদন্ত কৰি নিৰ্মাণকাৰ্যৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে অনিয়ম ধৰা পৰিলে দায়ী পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। ইফালে, এই বিষয়টোক কেন্দ্ৰ কৰি শিঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে।1
- অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।1
- ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্যাপন1
- জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন। জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন।1