Shuru
Apke Nagar Ki App…
চিকিৎসালয় উদ্বোধন চিকিৎসালয় উদ্বোধন বুধবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহল চৰাইদেউত উপস্থিত হৈ সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ ডায়েলেচিচ ইউনিট মুকলি কৰাৰ লগতে বাউলি পুখুৰী চিকিৎসালয় আদৰ্শ চিকিৎসালয় শুভ উদ্বোধন কৰে।স্বাস্থ্য মন্ত্ৰী ৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন,বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ, তপন গগৈ আদি কৰি ভালেকেইজন নেতাই অংশ গ্ৰহণ কৰে।
Charaideo news

More news from অসম and nearby areas
- মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অৱস্থান কেইবাটাও বন্যহস্তীৰ জাক।অসুস্থ কেইবাটাও বন্যহস্তী।বনবিভাগ আৰু স্থানীয় সচেতন লোকৰ অনুমান একাংশ চাহ বাগিচাত অবৈধ ভাৱে স্থাপন কৰা ব্লেডযুক্ত ফেঞ্চিংত লাগিও অসুস্থ হৈছে বন্যহস্তী।4
- প্ৰাৰ্থীত্বক লৈ কি ক'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে?1
- চামগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মুজিবৰ ৰহমানৰ সৈতে আচুতীয়া বাৰ্তালাপ1
- 📌গোৰেশ্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা1
- Post by Assam sangbad 241
- বাটৰহাটত বিজেপিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া1
- নিৰ্বাচনৰ পূৰ্বে তৎপৰ আব্দুৰ ৰহিম জিব্ৰান: ৰাক্ষসিনী ডোপতলাত মত বিনিময় সভা সমাগত বিধানসভা নিৰ্বাচন লৈ তৎপৰ আব্দুৰ ৰহিম জিব্ৰান। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাইছে নিৰ্বাচনী প্ৰচাৰ1
- নগাঁও মেট্ৰ' হস্পিতালৰ ওচৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰেভেলাৰৰ তলত সোমাই গ'ল বাইক।1