Shuru
Apke Nagar Ki App…
ৰাসলীলা # নাহৰকটীয়া # হাহচৰা # বৰ নামঘৰ # bmtsk official
Pankaj kalita
ৰাসলীলা # নাহৰকটীয়া # হাহচৰা # বৰ নামঘৰ # bmtsk official
More news from Tinsukia and nearby areas
- তিনিচুকীয়া ফিল’বাৰীৰ মুক্তিযোদ্ধা স্বাধীনতা সংগ্ৰামী সত্যলতা গগৈৰ দেহাবসান।1
- 🔴তিনিচুকীয়া ফিল’বাৰীৰ মুক্তিযোদ্ধা সত্যলতা গগৈৰ দেহাৱসান৷1
- তিনিচুকীয়া বাদছ্ পাব্লিক স্কুল এ নিউ পাব্লিক স্কুলত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান ।1
- কেনেকৈ মৃত্যু ঘটিল তিনিচুকীয়া মেধাৱী ছাত্ৰী প্ৰতীক্ষা শৰ্মা?1
- তিনিচুকীয়া পৰা লখিমপুৰলৈ😍Train journey episode3 || Assamese vlog1
- অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া বৃহত্তৰ শদিয়াৰ কৃষকসকলৰ সুবিধাৰ্থে আজি শদিয়াৰ চপাখোৱাত চৰকাৰৰ পৃষ্ঠপোষকতা এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে৷অসম খাদ্য আৰু অসামৰিক যোগান নিগম (পৰিসীমিত)ৰ উদ্যোগত চপাখোৱাৰ মাৰোৱাৰী পট্টীত(পৱন আগৰৱালাৰ দোকান)শদিয়াৰ প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰৰ আজি শুভ উদ্বোধন কৰে শদিয়া সমজিলাৰ আয়ুক্ত মানসজ্যোতি নাথে৷এই কেন্দ্ৰৰ জৰিয়তে স্হানীয় কৃষক সকলে প্ৰতি কুইণ্টল ধানৰ বিনিময়ত ২৩০০ টকাকৈ (নূন্যতম সমৰ্থিত মূল্য) লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে আৰু কৃষক সকলৰ সুবিধাৰ্থে এই কেন্দ্ৰত ধান বিক্ৰী কৰাৰ ব্যৱস্থা সমূহৰ সম্পৰ্কে অৱগত কৰে৷উল্লেখ্য যে ৰাইজে উক্ত কেন্দ্ৰ ধান বিক্ৰী কৰিবলৈ আহোঁতে লগত মহকুমা কৃষি বিভাগৰ পৰা কৃষকৰ প্ৰমাণ পত্ৰ,বেংক একাউণ্ট বুক,ৰেভিনিউ ষ্টাম্প আৰু আধাৰ কাৰ্ড আনিবলৈ লাগিব বুলি জনাইছে বিভাগীয় কতৃপক্ষই৷তদুপৰি এই কেন্দ্ৰত বিশেষকৈ লাহিধান, ৰঞ্জিত,মাছুৰী,বাহাদুৰ ইত্যাদি ক্ৰয় কৰা হ’ব বুলি জনাইছে বিভাগীয় বিষয়া সকলে৷ৰাজ্য চৰকাৰে শদিয়াৰ কৃষকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু স্হানীয় বিধায়ক বলীন চেতিয়াক ভাষণ প্ৰসংগত ধন্যবাদ জনাই শদিয়া সমজিলাৰ আয়ুক্ত মানসজ্যোতি নাথে৷খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া খণ্ডৰ বিষয়া কিৰণ ৰাজখোৱাই আঁতধৰা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শদিয়াৰ সহকাৰী আয়ুক্ত পৰ্চিয়া খনিকৰ,স্হানীয় বিধায়ক প্ৰতিনিধি ৰাজেন দিহিঙীয়া,চপাখোৱা পৌৰসভাৰ পৌৰপতি বিচন্দ্ৰাৱতী সোণোৱাল,শদিয়াৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ক্ৰমে অধীক্ষক শুভৰাম লাহন,পৰিদৰ্শক জয়নাল আৱেদিন,উপ-পৰিদৰ্শক তথা শদিয়া ধানক্ৰয় কেন্দ্ৰৰ পৰিচালক স্বৰং মুছাহাৰী,উপ-পৰিদৰ্শক জীৱন কলিতা,নাজিৰা ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক নৱজ্যোতি শইকীয়া,মহকুমা কৃষি বিভাগ,শদিয়াৰ মাণিক কলিতা ইত্যাদি উপস্থিত থাকি অসম চৰকাৰে কৃষক সকলৰ সুবিধাৰ্থে গ্ৰহণ কৰা এই কেন্দ্ৰৰ পৰা স্হানীয় কৃষক সকল কেনেদৰে উপকৃত হ’ব,সেই সন্দৰ্ভত বক্তব্য ৰাখে৷লগতে এই সভাত শদিয়াৰ বিশিষ্ট নাগৰিক পৰিক্ষীত বুঢ়াগোহাঁই,প্ৰতিষ্ঠিত ব্যৱসায়ী পৱন আগৰৱালা,জিৎ বুঢ়াগোহাঁইৰ লগতে বহুসংখ্যক স্হানীয় কৃষক উপস্থিত থাকে৷এই কেন্দ্ৰটি উদ্বোধন হোৱাৰ দিনটোতে শদিয়াৰ পাটিদৈ নগাঁৱৰ নিৱাসী ঘনশ্যাম গগৈয়ে ধান বিক্ৰী কৰে আৰু লোকগৰাকীক বিভাগীয় কতৃপক্ষই সম্বৰ্ধনা জনাই৷1
- Like comment share 🥀🥀🥀🥀❤️🥀🥀🥀❤️❤️❤️❣️❣️❣️❣️❣️1
- A video from a YouTube channel, named Riya Upreti, is in circulation where an individual named Abhishek Kar is seen making unacceptable comments on Assam's history and traditions Appropriate action may be initiated against the said individual for spreading misinformation," said the CMO sharing an image of Mr Kar GP Singh, the Director General of Police, replied within minutes: "Noted Sir Lawful action shall be taken Within hours, Mr Kar posted his video apology below the CMO's post and said he had asked the podcaster to remove that particular clip that has offended people1
- 11/01/2025 Charaideo Festival ✨❤️1