Shuru
Apke Nagar Ki App…
Max2 international school which gives u better knowledges and better education ●Kids - there are many types of games and health maintained equipments ●education - there are high level of teachers/sir/miss
Diju boruah
Max2 international school which gives u better knowledges and better education ●Kids - there are many types of games and health maintained equipments ●education - there are high level of teachers/sir/miss
More news from Hojai and nearby areas
- প্ৰতিভা চিনিয়ৰ চেকেণ্ডাৰী স্কুল চৌধুৰী বজাৰ হোজাই ( অসম) Pree Final Exam- 2024/25 Class :- X Date 04/01/251
- অসমবাসীৰ বাবে এক সুখবৰ। T-10ৰ দৰে হোজাইত আৰম্ভ হব T-8 ক্ৰিকেট খেল।হোজাইত অহা বুধবাৰৰ পৰা আৰম্ভ হব ক্ৰিকেট খেল।উল্লেখযোগ্য হোজাই ৱেল ফেয়াৰ ছুচাইটিৰ উদ্যোগত অহা ৮তাৰিখৰ পৰা হোজাই আহমেদ নগৰত অনুষ্ঠিত হব নৈশ টেনিছ ক্ৰিকেট খেল।উক্ত খেলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩২খন দলে যোগদান কৰাৰ কথা অৱগত কৰে উদ্যোগতা সকলে।উক্ত খেলত ইতিমধ্যে ১০খনকৈ দলে যোগদান কৰাৰ কথা সংবাদ মাধ্যমত অৱগত কৰে উদ্যোগতা সকলে।উক্ত খেলত বিজয়ী দলে লাভ কৰিব নগদ ডেৰ লক্ষাধিক টকা লগত লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ ।তাৰ উপৰিও ৰানাৰ্ছ আপ দলে লাভ কৰিব নগদ এক লক্ষাধিক টকা আৰু আকৰ্ষণীয় পুৰস্কাৰ।লগতে থাকিব প্ৰতিখন মেচতে মেন অফ দা মেচ,মেন অফ দা চিৰিজ,বেষ্ট বেটাৰ, বেষ্ট বলাৰ,বেষ্ট ৱিকেটকিপাৰ,বেষ্ট কেচ,সকলোতকৈ বেছি ৱিকেট লাভ কৰা বলাৰ আৰু সকলোতকৈ বেছি ছিক্স মৰা বেটছমেন।ইতিমধ্যে উদ্যোগতা সকলে এই T-8ক্ৰিকেট খেলৰ বাবে মুকলি কৰিছে নম্বৰ।এই নম্বৰ কেইখন হল ক্ৰমে 9127538229,9954253486,7086928599 আৰু 7896923690।পলম নকৰি এতিয়াই উদ্যোগতাৰ সৈতে যোগাযোগ কৰক।1
- হোজাই প্ৰেছ ক্লাবৰ ৩১ তম প্ৰতিষ্ঠা দিৱসত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ1
- এইবাৰ হোজাই জিলাৰ আমছু নেতাৰ যুৱতীৰ সৈতে #অশ্লীল_ফটো আৰু #ভিডিয়_ভাইৰেল। নিলম্বন আমছু নেতা নিয়াজুল।1
- হোজাইৰ নীলবাগানত হোজাই জিলা অস্থায়ী কৰ্মচাৰী পৰিষদ তথা জলমিত্ৰসকলৰ প্ৰতিবাদ ।চৰকাৰৰ প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে এই প্ৰতিবাদ।1
- হোজাই জিলাৰ বকুলগুৰী নলাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়।1
- হোজাই ৰাইকটাত পথৰ দুৰৱস্থা...1
- নীলবাগান মেথিগাঁওৰ শ্বিবিৰ আহমেদ চৌধুৰীয়ে লুন্টন কৰিলে এজন মৌলানাক অহা ৮ তাৰিখে শ্বিবিৰৰ ঘৰত মৌলানাজনে আত্মহত্যা কৰিব । হোজাই বাসিক অনুৰোধ জনালোঁ মৌলানা জনক বচাক1