Shuru
Apke Nagar Ki App…
কথাসাৰ হইনে জনাবো 👍🤨 assam #assamesereels assamesemotivation
Abhijit Hazarika
কথাসাৰ হইনে জনাবো 👍🤨 assam #assamesereels assamesemotivation
More news from Barpeta and nearby areas
- Poorvi Koutish Live Concert at Barpeta , Assam1
- 📌 হাইলাকান্দি জেলার পঞ্চগ্রাম এলাকায় বরাক নদী থেকে উদ্ধার করা হয়েছে একটি অজ্ঞাত লাশ। 📌 আজ সকালে সন্তোষ নগরের স্থানীয় বাসিন্দারা নির্যাতিতার মৃতদেহ নদীতে ভাসতে দেখেন।1
- যোৱাকালি হৈ যোৱা সৃজনগ্ৰাম বাটনীপাৰা ND24 আয়োজন কৰা অনুষ্ঠানত শ্যামন্তিকা কলিতাই গীত পৰিবেশন কৰি থকা অকণমান ভিডিঅ ক্লিপ।1
- বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত বঙাইগাঁও, সৃজনগ্ৰাম, অভয়াপুৰী বিধানসভা সমষ্টিৰ চুৰান্ত ফটোযুক্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে প্ৰকাশ কৰে এই তালিকা। ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়া সকলৰ উপস্থিতিত আজি এই তালিকা প্ৰকাশ কৰা হয়। আজি প্ৰকাশ পোৱা এই তালিকা মতে ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭০০৬৫, ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৮১৬৩৬ আৰু ১৭ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২২৪৯৩২।1
- আজি ৭/০১/২০২৪ ইং তাৰিখত অভয়াপুৰী উত্তৰসমষ্টিৰ সন্মানীয় বিধায়ক আ:বাতিন খন্দকাৰ চাহাবৰ নেতৃত্বত নৱ গঠিত ১৭নং সৃজনগ্ৰাম সমষ্টিৰ, সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ কাৰ্য্যালয়ত, বিগত ৩০ বছৰে বিজেপি তথা অসম গন পৰিষদ দলৰ বিভিন্ন স্তৰৰ ৪০ /৪৫ জন কৰ্মী স্বইচ্ছাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিলে।1
- বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত বঙাইগাঁও, সৃজনগ্ৰাম, অভয়াপুৰী বিধানসভা সমষ্টিৰ চুড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে প্ৰকাশ কৰে এই তালিকা। ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়া সকলৰ উপস্থিতিত আজি এই তালিকা প্ৰকাশ কৰা হয়। আজি প্ৰকাশ পোৱা এই তালিকা মতে ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭০০৬৫, ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৮১৬৩৬ আৰু ১৭ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২২৪৯৩২।1
- বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বাটনীপাৰাতো ভোগালীক আদৰিবলৈ সাজু।1