Shuru
Apke Nagar Ki App…
মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে হঠাৎ অসুস্থ এটি কণমানি। ভাষণ বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে নিজ বাহনেৰে হাস্পতাললৈ লৈ যাবলৈ নিৰ্দেশ দিলে আৰক্ষীক
Ayub ali
মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে হঠাৎ অসুস্থ এটি কণমানি। ভাষণ বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে নিজ বাহনেৰে হাস্পতাললৈ লৈ যাবলৈ নিৰ্দেশ দিলে আৰক্ষীক
More news from Kokrajhar and nearby areas
- চিৰাঙৰ বিজনীত শুকুৰবাৰে বিয়লি অজ্ঞাত প্ৰৱঞ্চক এটাই এগৰাকী শিক্ষয়িত্ৰীৰ ATM কাৰ্ডখন কৌশলেৰে সাল সলনি কৰি ATM ৰ পৰা ১৯ হেজাৰ টকা উলিয়াই লৈ যায় । উল্লেখ্য বিজনীৰ শিয়ালমাৰীৰ বাসিন্দা তথা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱনীতা বৰ্মনে বিদ্যালয় ছুটী হোৱাৰ পাছত বিজনী-পাণবাৰী পথৰ হনুমান মন্দিৰৰ গা-তে লাগি থকা SBI ৰ ATM টোৰ পৰা ধন উলিৱাবলৈ যায় । UCO বেংকৰ বিজনী শাখাত একাউণ্ট থকা শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ UCO বেংকৰ ATM কাৰ্ডখন ব্যৱহাৰ কৰি ATM ৰ পৰা ধন উলিওৱা প্ৰক্ৰিয়া কৰি থাকোঁতেই সেই সময়ত ATM টোৰ ভিতৰত থকা অজ্ঞাত প্ৰৱঞ্চক দুটাই কৌশলেৰে নৱনীতা বৰ্মনৰ ATM কাৰ্ডখন সাল সলনি কৰি ATM টোৰ পৰা ১৯ হেজাৰ টকা উলিয়াই লৈ যায় । পাছত এই কথা জানিব পাৰি শিক্ষয়িত্ৰী গৰাকী বিজনী থানালৈ আহি আৰক্ষীক ঘটনাটো অৱগত কৰাত বিজনীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে শিক্ষয়িত্ৰী গৰাকীয়ে বিজনী থানাত এখন এজাহাৰ দাখিল কৰে।1
- YouTube-> md musharop 09 - সবাই সাবস্ক্রাইব করে এসো।1
- Basbari Kokrajhar Eco tourism park1
- 👉🏻Relatable? [ #bongaigaon #dhubri #nalbari #assam #guwahati #funny #viralreels #reel #assamese #kokrajhar #assamesereels❤️ ]1
- আৰম্ভ হ'ল 'বাওখুংৰি মহোৎসৱ-২০২৫'৷ কোকৰাঝাৰৰ বাওখুংৰি পাহাৰৰ দাঁতিত প্ৰকৃতি, বিশ্বাস, পৰম্পৰা, ঐতিহ্যৰে সমৃদ্ধ এই মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে পৰম্পৰাগত থলুৱা খেল 'দাওবো-আথিং'।1
- Ktm390#ktm # # #1
- This Rongali Bihu, MS Mobile Hub brings you an exciting festive offer! Buy any mobile and receive special gifts with your purchase! Enjoy easy finance options on all models Hurry, visit us soon and grab your favorite phone along with amazing gifts Limited period offer – Don’t miss out!**1