Shuru
Apke Nagar Ki App…
নলী গাঁৱৰ জ্যেষ্ঠ নাগৰিক মঙ্গল আলী খান আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। নলী গাঁৱৰ জ্যেষ্ঠ নাগৰিক মঙ্গল আলী খান আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
ND Axom
নলী গাঁৱৰ জ্যেষ্ঠ নাগৰিক মঙ্গল আলী খান আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। নলী গাঁৱৰ জ্যেষ্ঠ নাগৰিক মঙ্গল আলী খান আৰু নাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
More news from অসম and nearby areas
- আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ -কালেমার দাওয়াত! 🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰 -লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ জানি আমার নবীর পক্ষে সবই আছে #creator #lifeisbutadream #islamicvideo #islamicshorts #duet #mohammad আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ -কালেমার দাওয়াত! 🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰 -লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ1
- কামৰূপৰ এপ’ল’ এক্সেলকেয়াৰ হাস্পতালে বিশ্ব থেলাছেমিয়া দিৱস উপলক্ষে সজাগতা অভিযান চলাইছে। 'হিডেন ন' মৰ' শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে থেলাছেমিয়া ৰোগীসকলক আগতীয়াকৈ চিনাক্ত কৰি উন্নত চিকিৎসা প্ৰদানত গুৰুত্ব দিয়া হৈছে।1
- নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ হিদিলাট্ৰাৰীত মাধৱদেৱ স্মৃতি সংঘৰ উদ্যোগত ব'হাগী উৎসৱ উদযাপন কৰা হৈছে। পৰম্পৰাগত ৰীতি-নীতিৰে অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।1
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বনৰজাৰ চফৰ।ৰাষ্ট্ৰীয় উদ্যান খনৰ বাঁহবাৰী ৰেঞ্জত নিশা দেখা গৈছে এই দৃশ্য। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বনৰজাৰ চফৰ। ৰাষ্ট্ৰীয় উদ্যান খনৰ বাঁহবাৰী ৰেঞ্জত নিশা দেখা গৈছে এই দৃশ্য। নিশা গুৰু গম্ভীৰ খোজেৰে ঢেকীয়াপতিয়াৰ চফৰ ।1
- বাক্সা জিলাৰ জালাহত উপস্থিত হ'ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। তেওঁ তাত স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।1
- তামুলপুৰ আৰক্ষীয়ে ৮ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকা এগৰাকী ১৪ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিছে। অপহৰণৰ অভিযোগত ছাহজাহান আলি নামৰ এজন যুৱকক আটক কৰা হৈছে আৰু ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ নিন্দা কৰিছে আৰু আৰক্ষীয়ে অধিক তদন্ত চলাই আছে।1
- কামৰূপৰ মিৰ্জা আৰু বিজয়নগৰ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে নৱনিযুক্ত বিধায়কে যো-জা চলাইছে। অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা অঞ্চলবাসীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ হৈছে।1
- ৰঙিয়াৰ গৰিয়াকোঠত ১০ মে'ত মুকলি বিহু উদযাপন কৰা হয়। এই অনুষ্ঠানত ৰাইজে ব্যাপক সহাৰি জনাই উছাহেৰে অংশগ্ৰহণ কৰে।1
- কামৰূপ জিলাৰ ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে লেখিকা সমাজৰ মুখপত্ৰ 'জিকেৰি' সহ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1