logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী গৰম বতাহ দিনক দিনে বৃদ্ধি পাইছে।* কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ সমৰ্থনত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বানী কান্ত দাসে সাপমাৰিত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰে।* *সভাখনত উপস্থিত হৈ বানী কান্ত দাসে অঞ্চলটোৰ উন্নয়ন,শিক্ষা, স্বাস্থ্য আৰু যুৱসমাজৰ কৰ্মসংস্থাপনক কেন্দ্ৰ কৰি ভাষণ প্ৰসংগত ইতিবাচক দৃষ্টিভংগী আগবঢ়ায়।* *তেওঁ কয় যে মৰিগাঁও সমষ্টিক আগুৱাই নিবলৈ সঁচা ইচ্ছাশক্তি আৰু সৎ নেতৃত্ব অতি প্ৰয়োজনীয়, আৰু জনসাধাৰণৰ সহায়-সহযোগিতাৰে তেওঁ এই লক্ষ্য পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।* *তেওঁৰ ভাষণত স্থানীয় সমস্যাসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সমাধানমুখী পৰিকল্পনাৰ কথা উল্লেখ কৰে। বানী কান্ত দাসে বিশেষকৈ কৃষক, শিক্ষিত নিবনুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উন্নয়নৰ বাবে সুসংগঠিত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।* *সভাত উপস্থিত ৰাইজে তেওঁক উষ্ম আদৰণি জনায় আৰু তেওঁৰ উন্নয়নমুখী চিন্তাধাৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এই সভাই আগন্তুক নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ শক্তি আৰু আত্মবিশ্বাস অধিক দৃঢ় কৰা বুলি ধৰা হৈছে।

4 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
4 hrs ago

৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী গৰম বতাহ দিনক দিনে বৃদ্ধি পাইছে।* কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ সমৰ্থনত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বানী কান্ত দাসে সাপমাৰিত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰে।* *সভাখনত উপস্থিত হৈ বানী কান্ত দাসে অঞ্চলটোৰ উন্নয়ন,শিক্ষা, স্বাস্থ্য আৰু যুৱসমাজৰ কৰ্মসংস্থাপনক কেন্দ্ৰ কৰি ভাষণ প্ৰসংগত ইতিবাচক দৃষ্টিভংগী আগবঢ়ায়।* *তেওঁ কয় যে মৰিগাঁও সমষ্টিক আগুৱাই নিবলৈ সঁচা ইচ্ছাশক্তি আৰু সৎ নেতৃত্ব অতি প্ৰয়োজনীয়, আৰু জনসাধাৰণৰ সহায়-সহযোগিতাৰে তেওঁ এই লক্ষ্য পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।* *তেওঁৰ ভাষণত স্থানীয় সমস্যাসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সমাধানমুখী পৰিকল্পনাৰ কথা উল্লেখ কৰে। বানী কান্ত দাসে বিশেষকৈ কৃষক, শিক্ষিত নিবনুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উন্নয়নৰ বাবে সুসংগঠিত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।* *সভাত উপস্থিত ৰাইজে তেওঁক উষ্ম আদৰণি জনায় আৰু তেওঁৰ উন্নয়নমুখী চিন্তাধাৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এই সভাই আগন্তুক নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ শক্তি আৰু আত্মবিশ্বাস অধিক দৃঢ় কৰা বুলি ধৰা হৈছে।

More news from অসম and nearby areas
  • কংগ্ৰেছৰ মিত্ৰজোঁটৰ অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ আৰু কাৰ্যালয় উদ্বোধন৷ মৰিগাঁও কোৱঁৰগাঁৱৰ নাট্যমঞ্চত প্ৰায় শতাধিক ভোটাৰৰ মন জয় কৰি এই প্ৰচাৰ অভিযান৷ প্ৰচাৰ সভাত উপস্থিত কংগ্ৰেছৰ জেষ্ঠ নেতা শশীমোহন বিশ্বাস,ধৰণীধৰ বৰগোহাঞি,প্ৰবিন শইকীয়া,সীমান্ত হাজৰিকা কে ধৰি মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টি অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাস৷
    2
    কংগ্ৰেছৰ মিত্ৰজোঁটৰ অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ আৰু কাৰ্যালয় উদ্বোধন৷
মৰিগাঁও কোৱঁৰগাঁৱৰ নাট্যমঞ্চত প্ৰায় শতাধিক ভোটাৰৰ মন জয় কৰি এই প্ৰচাৰ অভিযান৷
প্ৰচাৰ সভাত উপস্থিত কংগ্ৰেছৰ জেষ্ঠ নেতা শশীমোহন বিশ্বাস,ধৰণীধৰ বৰগোহাঞি,প্ৰবিন শইকীয়া,সীমান্ত হাজৰিকা কে ধৰি মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টি অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাস৷
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • Post by MOHAN HAZARIKA
    1
    Post by MOHAN HAZARIKA
    user_MOHAN HAZARIKA
    MOHAN HAZARIKA
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • 📌*চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল* চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়। আজি দিনৰ ভাগত চামগুৰিৰ কাৱৈমাৰীৰ সভাখনত হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল। প্ৰাৰ্থী আব্দুল আজিজৰ হৈ শক্তি প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই বৃহৎ সভাখনৰ আয়োজন কৰা হৈছিল। খবৰ অনুসৰি, আজমলৰ হেলিকপ্টাৰখন সভাৰ স্থানলৈ বুলি ৰাওনা হৈছিল যদিও অৱতৰণ নকৰাকৈয়ে তেওঁ পুনৰ আকাশ মাৰ্গেৰে উভতি যায়। আজমলৰ আগমনক লৈ উৎসাহিত হৈ থকা এ আই ইউ ডি এফৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এই ঘটনাই বিৰক্তি আৰু হতাশাই বিৰাজ কৰিছে। সভাৰ স্থলীত উপস্থিত থকা বহু লোকে আশা কৰিছিল যে আজমলে তেওঁলোকৰ অঞ্চলটোৰ বাবে বিশেষ কিবা ঘোষণা কৰিব, কিন্তু হেলিকপ্টাৰ উভতি যোৱাৰ খবৰে জনসাধাৰণক আচৰিত কৰি তোলে। অৱশ্যে আজমলৰ হেলিকপ্টাৰখন কি কাৰণত অৱতৰণ নকৰাকৈ উভতি গ’ল, সেই বিষয়ে এতিয়ালৈকে দলীয় কৰ্তৃপক্ষৰ পৰা কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই। কিছুমানৰ মতে কাৰিকৰী অসুবিধা বা বতৰৰ সমস্যা হ’ব পাৰে, আনহাতে আন একাংশই ইয়াক এক ৰাজনৈতিক কৌশল বুলিও চৰ্চা কৰিছে। প্ৰাৰ্থী আব্দুল আজিজৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলীয় মুৰব্বীজনৰ অনুপস্থিতিয়ে প্ৰচাৰ অভিযানত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষণীয় হ’ব। ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে
    1
    📌*চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল*
চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়।
সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
আজি দিনৰ ভাগত চামগুৰিৰ কাৱৈমাৰীৰ সভাখনত হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল। 
প্ৰাৰ্থী আব্দুল আজিজৰ হৈ শক্তি প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই বৃহৎ সভাখনৰ আয়োজন কৰা হৈছিল। খবৰ অনুসৰি, আজমলৰ
হেলিকপ্টাৰখন সভাৰ স্থানলৈ বুলি ৰাওনা হৈছিল যদিও অৱতৰণ নকৰাকৈয়ে তেওঁ পুনৰ আকাশ মাৰ্গেৰে উভতি যায়।
আজমলৰ আগমনক লৈ উৎসাহিত হৈ থকা এ আই ইউ ডি এফৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এই ঘটনাই বিৰক্তি আৰু হতাশাই বিৰাজ কৰিছে। 
সভাৰ স্থলীত উপস্থিত থকা বহু লোকে আশা কৰিছিল যে আজমলে তেওঁলোকৰ অঞ্চলটোৰ বাবে বিশেষ কিবা ঘোষণা কৰিব, 
কিন্তু হেলিকপ্টাৰ উভতি যোৱাৰ খবৰে জনসাধাৰণক আচৰিত কৰি তোলে।
অৱশ্যে আজমলৰ হেলিকপ্টাৰখন কি কাৰণত অৱতৰণ নকৰাকৈ উভতি গ’ল, সেই বিষয়ে এতিয়ালৈকে দলীয় কৰ্তৃপক্ষৰ পৰা কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই। 
কিছুমানৰ মতে কাৰিকৰী অসুবিধা বা বতৰৰ সমস্যা হ’ব পাৰে, আনহাতে আন একাংশই ইয়াক এক ৰাজনৈতিক কৌশল বুলিও চৰ্চা কৰিছে।
প্ৰাৰ্থী আব্দুল আজিজৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলীয় মুৰব্বীজনৰ অনুপস্থিতিয়ে প্ৰচাৰ অভিযানত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষণীয় হ’ব।
ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    6 hrs ago
  • বাদুড়িআ থানা বোসাআটথানাভতফৌপূপূসৌঢদড
    2
    বাদুড়িআ থানা বোসাআটথানাভতফৌপূপূসৌঢদড
    user_আবুল হোসেন মন্ডল
    আবুল হোসেন মন্ডল
    Artist ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    35 min ago
  • আকাশবাণীৰ নিয়মীয়া শ্ৰোতা,ফোন কলাৰ,পত্ৰলেখক “সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ,অসম” ৰ যোৱা ১৫ মাৰ্চৰ দেওবাৰৰ দিনা ধেমাজী মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত শ্ৰোতা সংঘৰ প্ৰথম বছৰৰ প্ৰতিষ্ঠা বৰ্ষত প্ৰদান কৰা হৈছে “সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় অনুৰাগী শ্ৰোতা বন্ধু বঁটা”৷প্ৰণৱ কুমাৰ দত্ত সুদীৰ্ঘ দিন ৰেডিঅ’ৰ জনপ্ৰিয় অনুষ্ঠান ডাকপখিলী,যুৱবাণী(ডাকঘৰ),ফোন ইন সমিধান ,অনুৰোধৰ গীতৰ অনুষ্ঠান ৰামধেনু,সুৰৰ সাতসৰি,মন্দাকিনী,কল্পতৰু আৰু মূৰ্ছনা আদি গীত চিঠি লিখি অনুৰোধ জনাই আহিছে ৷ প্ৰণৱ কুমাৰ দত্ত শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ বাসিন্দা ৷
    1
    আকাশবাণীৰ নিয়মীয়া শ্ৰোতা,ফোন কলাৰ,পত্ৰলেখক “সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ,অসম” ৰ  যোৱা ১৫ মাৰ্চৰ দেওবাৰৰ দিনা ধেমাজী মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত শ্ৰোতা সংঘৰ প্ৰথম বছৰৰ প্ৰতিষ্ঠা বৰ্ষত প্ৰদান কৰা হৈছে “সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় অনুৰাগী শ্ৰোতা বন্ধু বঁটা”৷প্ৰণৱ কুমাৰ দত্ত সুদীৰ্ঘ দিন ৰেডিঅ’ৰ জনপ্ৰিয় অনুষ্ঠান ডাকপখিলী,যুৱবাণী(ডাকঘৰ),ফোন ইন সমিধান ,অনুৰোধৰ গীতৰ অনুষ্ঠান ৰামধেনু,সুৰৰ সাতসৰি,মন্দাকিনী,কল্পতৰু আৰু মূৰ্ছনা আদি গীত চিঠি লিখি অনুৰোধ জনাই আহিছে ৷ প্ৰণৱ কুমাৰ দত্ত শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ বাসিন্দা ৷
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    1
    চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। 
তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। 
এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা  দল এৰি কংগ্ৰছত যোগদান কৰে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। 
সেইটো সময়ত ৰাইজৰ কি  কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত।
ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। 
নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.