উৰিয়ামঘাটত সজাগতা সভা ৷ উৰিয়ামঘাটঃ নিজা বাতৰি দিওঁতাঃ ১২ মাৰ্চঃ সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাট আৰক্ষী থানা চৌহদত গাওঁৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ প্ৰাংগনত আজিএখন সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে বড়ো কছাৰী স্বায়ত্ত্বশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে ৷উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰাই ৷ সভাত সাম্প্ৰতিক সময়ত সোপাধৰাকে আদি কৰি বিভিন্ন অন্ধবিশ্বাসৰ ফলত সংঘটিত হৈ অহা বিক্ষিপ্ত ঘটনাৱলীৰ সন্দৰ্ভত আলোচনা হয় ৷এই আলোচনাত অংশ গ্ৰহণ কৰি বক্তব্য ৰাখে গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক ফুলেন বৰগোহাঁই, ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰতাপ গগৈ, গাওঁৰক্ষী বাহিনী উৰিয়ামঘাট থানা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে কেশৱ তুলচিয়াৰী, দুয্যোধন লিম্বু , গাওঁৰক্ষী বাহিনীৰ জেষ্ঠ্য সদস্য কামদেৱ বড়োকে ধৰি কেইবাজনো ব্যক্তিয়ে ৷ সভাত উৰিয়ামঘাট গাওঁ পঞ্চায়তৰ সভাপতি কাতিৰাম তুলচিয়াৰী, সংযুক্ত বড়ো গণ মঞ্চ গোলাঘাট জিলাসমিতিৰসভাপতি মুকুন্দ বসুমতাৰী , উৰিয়ামঘাট আৰক্ষী থানা এলেকাৰ ভালেসংখ্যক গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি-সম্পাদক , নায়কসহ ভালেসংখ্যক ৰাইজ ৷

- Post by Majuli Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- যাৰ ফলত যাতায়াতত অসুবিধা হৈছে। আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।1
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by Majuli Update1