Shuru
Apke Nagar Ki App…
কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰব অৱ্যাহত। বন্যহস্তীৰ উপদ্ৰবৰ দৃশ্য বন্দী হল CCTV আৰু মোবাইলৰ কেমেৰাত। এই দৃশ্য যোৱা নিশা প্ৰায় ১০ মান বজাৰ। সোণাৰীগাঁৱৰ ৰাজপথত নিশা বন্যহস্তীয়ে খেদালে এখন বাহন। কলিয়াবৰত দৈনিক অৱ্যাহত আছে বন্যহস্তীৰ উপদ্ৰব। খাদ্যৰ সন্ধানত শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলায় আহে বন্যহস্তী।
Lakhya Jyoti Borah

More news from অসম and nearby areas
- ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।1
- এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ1
- চৰ চাপৰিৰ অবৈধ বেদখলকাৰীৰ পৰা টকা সংগ্ৰহ কৰা গিয়াচুদ্দিন আলীৰ সংবাদমেল1
- 🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক। 🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ। 🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।1
- আজি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি,আজি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি1
- মৰঙিৰ দৈগ্ৰোঙৰ পংকিয়াল আৰু কেন্দুগুৰিৰ ৰাইজৰ ভোগালীক আদৰাৰ প্ৰস্তুতি1
- কাইলৈ বাটৰহাটত অনুষ্ঠিত হ'ব দক্ষিণ কামৰূপ জিলা BJPৰ কাৰ্য্যনিৰ্বাহক সভা1
- ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।। ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।। SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।1