logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী যোৰহাট জিলাৰ পানীচকুৱাৰ পুৰণি মাটিত দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীজনী অৱশেষত আজি পিঞ্জৰাবদ্ধ হয়। উল্লেখ যে, তিনিদিন পূৰ্বে বনবিভাগে পতা পিঞ্জৰাত আজি নাহৰফুটুকী জনী আৱদ্ধ হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷

on 1 August
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
Journalist Sivasagar, Assam•
on 1 August

যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী যোৰহাট জিলাৰ পানীচকুৱাৰ পুৰণি মাটিত দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীজনী অৱশেষত আজি পিঞ্জৰাবদ্ধ হয়। উল্লেখ যে, তিনিদিন পূৰ্বে বনবিভাগে পতা পিঞ্জৰাত আজি নাহৰফুটুকী জনী আৱদ্ধ হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷

  • user_SANJAY ORANG
    SANJAY ORANG
    Dhekiajuli (Pt), Sonitpur
    🙏
    on 7 August
  • user_User9897
    User9897
    Dibrugarh East, Assam
    😂
    on 2 August
More news from অসম and nearby areas
  • Bhuragaon ki blind singer// #bhuragaon #trending #viral
    1
    Bhuragaon ki blind singer//
#bhuragaon #trending #viral
    user_BHURAGAON LIVE
    BHURAGAON LIVE
    Newsagent ভূৰাগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • ব্রহ্মপুত্র একাডেমীৰ ২৩তম বাৰ্ষিক অধিবেশন আৰু মুকলি বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ পৰিচালক সঞ্চালক তথা গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলম। #গোৱালপাৰা #Goalpara #Assam #Goalpara #News #Today
    1
    ব্রহ্মপুত্র একাডেমীৰ ২৩তম বাৰ্ষিক অধিবেশন আৰু মুকলি বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ পৰিচালক সঞ্চালক তথা গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলম।
#গোৱালপাৰা
#Goalpara
#Assam
#Goalpara
#News
#Today
    user_Ismail Hussain
    Ismail Hussain
    Journalist বালিজানা, গোৱালপাৰা, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.