Shuru
Apke Nagar Ki App…
জুৰীয়াত কংগ্ৰেছৰ ৰাজহুৱা কৰ্মী সভাত উপস্থিত নহল গৌৰৱ গগৈ। কংগ্ৰেছ কৰ্মী সকলে এই ধৰে চকী কান্ধত লৈ ৰাওনা ৰাজীব ভৱনলৈ। জুৰীয়াত কংগ্ৰেছৰ ৰাজহুৱা কৰ্মী সভাত উপস্থিত নহল গৌৰৱ গগৈ। কংগ্ৰেছ কৰ্মী সকলে এই ধৰে চকী কান্ধত লৈ ৰাওনা ৰাজীব ভৱনলৈ।
Abul Bashar
জুৰীয়াত কংগ্ৰেছৰ ৰাজহুৱা কৰ্মী সভাত উপস্থিত নহল গৌৰৱ গগৈ। কংগ্ৰেছ কৰ্মী সকলে এই ধৰে চকী কান্ধত লৈ ৰাওনা ৰাজীব ভৱনলৈ। জুৰীয়াত কংগ্ৰেছৰ ৰাজহুৱা কৰ্মী সভাত উপস্থিত নহল গৌৰৱ গগৈ। কংগ্ৰেছ কৰ্মী সকলে এই ধৰে চকী কান্ধত লৈ ৰাওনা ৰাজীব ভৱনলৈ।
More news from Hojai and nearby areas
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- যাৰ ফলত যাতায়াতত অসুবিধা হৈছে। আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।1
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by DeV 24 News1
- আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।1
- Post by HOJAI JUGIJAN NEWS1