Shuru
Apke Nagar Ki App…
পোন প্ৰথমবাৰৰ বাবে চামগুৰিত উপস্থিত বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰী। চামগুৰিৰ সোনাৰিবালী আল-আমীন ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত হয় বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰী। অসম এদিন বিশ্বৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে পৰিচিত হ'ব, অসমখনক সকলোৱে চিনি পাব বুলি মন্তব্য বেৰিষ্টাৰ গৰাকীৰ। আমি কোনো ৰাজনৈতিক নেতাৰ পাছে পাছে দৌৰি সময় নষ্ট কৰাতকৈ নিজে কেনেকৈ সন্মান পাম তেন্তে চিন্তা কৰা উচিত। বিদ্যালয় খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উন্নতিৰ কামনাৰে আৰু বহুতো মূল্যৱান ভাষণ দিয়ে ইলিয়াছ হুছেইন আনছাৰীয়ে।
Daily Time

More news from অসম and nearby areas
- ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।1
- এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ1
- চৰ চাপৰিৰ অবৈধ বেদখলকাৰীৰ পৰা টকা সংগ্ৰহ কৰা গিয়াচুদ্দিন আলীৰ সংবাদমেল1
- 🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক। 🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ। 🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।1
- আজি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি,আজি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি1
- মৰঙিৰ দৈগ্ৰোঙৰ পংকিয়াল আৰু কেন্দুগুৰিৰ ৰাইজৰ ভোগালীক আদৰাৰ প্ৰস্তুতি1
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত উত্থাপিত অভিযোগ সম্পৰ্কে মূখ্যমন্ত্ৰীক অভিযোগ বিজেপি নেতা ৰাজিৱ বৰুৱাৰ।1
- ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।। ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।। SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।1