logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৰাইদেউ জিলাৰ কেইবাটাও স্থানত পৰম্পৰাগত কড়ি খেলৰ আয়োজন । আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল

4 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
4 hrs ago

চৰাইদেউ জিলাৰ কেইবাটাও স্থানত পৰম্পৰাগত কড়ি খেলৰ আয়োজন । আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল

More news from অসম and nearby areas
  • গৰু বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১২ ফুট দৈৰ্ঘ্যৰ এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ কৰা হয়। বিশ্ববিদ্যালয়ৰ 'মাছ কমিউনিকেচন' বিভাগৰ কাষত প্ৰায় ৪০-৪৫ কেজি ওজনৰ অজগৰটো প্ৰত্যক্ষ কৰি চিকিউৰিটি ছুপাৰভাইজাৰ অৱনী কেওঁটে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। ইয়াৰ পাছতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ দলৰ উপ-সভাপতি মুহচিনুৰ ৰহমানে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এইটোৱেই চলিত বৰ্ষত উদ্ধাৰ হোৱা সৰ্ববৃহৎ অজগৰ। পাছত সাপডাল বন বিভাগৰ সহযোগত ভোমোৰাগুৰী বনাঞ্চলত মুকলি কৰি দিয়া হয়।
    1
    গৰু বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১২ ফুট দৈৰ্ঘ্যৰ এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ কৰা হয়। বিশ্ববিদ্যালয়ৰ 'মাছ কমিউনিকেচন' বিভাগৰ কাষত প্ৰায় ৪০-৪৫ কেজি ওজনৰ অজগৰটো প্ৰত্যক্ষ কৰি চিকিউৰিটি ছুপাৰভাইজাৰ অৱনী কেওঁটে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। ইয়াৰ পাছতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ দলৰ উপ-সভাপতি মুহচিনুৰ ৰহমানে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এইটোৱেই চলিত বৰ্ষত উদ্ধাৰ হোৱা সৰ্ববৃহৎ অজগৰ। পাছত সাপডাল বন বিভাগৰ সহযোগত ভোমোৰাগুৰী বনাঞ্চলত মুকলি কৰি দিয়া হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷
    1
    তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । 
চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । 
কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    15 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    6 hrs ago
  • উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ  বাবে যাৱতীয়  লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী   ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।
    1
    উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়।
প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ।
মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ।
গৰু বিহুত গৰুক চাৰ মাৰিবৰ  বাবে যাৱতীয়  লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী   ক্ৰয় গ্ৰাহকৰ।
বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল।
লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    22 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    48 min ago
  • লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু
    1
    লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা
মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    6 hrs ago
  • তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে। পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 9074238261
    1
    তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। 
চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। 
চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম।
পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। 
চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। 
লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। 
আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে।
পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 9074238261
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.