গোলকগঞ্জ বাণিয়ামাৰিত ৰঙা ৰঙৰ এখণ ছুইফট ডিজাইৰ বাহনৰ খুন্দাত থিতাতে নিহত এজন গোলকগঞ্জ বাণিয়ামাৰিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক। অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গল এগৰাকী যুৱকৰ। ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত বানীয়ামাৰিত সংঘটিত হয় এই দুৰ্ঘটনা। ৰঙা ৰঙৰ এখণ ছুইফট ডিজাঈৰ বাহনে খুন্দা মাৰে বুলি অভিযোগ কৰে। ঘটনা স্থলীত উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগতে উত্তেজিত ৰাইজে যান বাহন চলাচল বন্ধ কৰি দিয়ে ফলত প্ৰায় ১ ঘণ্টা সময় ধৰি যানজোটৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ততাতিয়াকৈ মটেৰঝাৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত নিয়া হয় যদিওঁ মৃত বুলি ঘোষণা কৰে চিকিসকে। মৃত যুৱক জন হাচিবুল জামান শিকাৰি (পাক্কু) বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা স্থলীত গোলোকগঞ্জ আৰক্ষী উপস্থিত হৈ মৃত দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

- User2762Balijana, Goalpara😂on 3 March
- User2762Balijana, Goalpara😂on 3 March
- Taaza NewsGuwahati, Kamrup Metro👏on 2 March
- District. Kokrajhar thana kajigaoy post office debitola Alamganj FM memorial High School gram Thuriya phar part 31
- Post by T News1
- Post by Musomi Akter4
- বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিয়ে এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে। সভাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত এ আই ইউ ডি এফৰ হৈ ভোট ভিক্ষা কৰে। সভাত যুৱ প্ৰজন্মৰ উপস্থিতি চাই উৎফুল্লিত হয় ডঃ হাফিজ ৰফিকুল ইছলামে।1
- বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে। এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে। কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়। পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব। উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় । অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।1
- Assam 🇮🇳🇮🇳🚀🌺🌹5
- 📌অদৃশ্য অপশক্তিৰ থকাৰ বাবেই এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ। 📌সোণতলীত পানীত পৰি সন্ধানহীন লোক জনক আৰক্ষী, এছডি আৰ এফ আৰু ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।1
- বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিৰ ভাষণ । তেওঁ মন্দিয়া সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে ভাষণ দিয়ে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি ক'য় যে যিমানেই মুছলমানৰ ৰাজহাড় নাভাঙক কিয় মুছলমানে মৰিবলৈ ভয় নকৰে। তেওঁ ডঃ হাফিজ ৰফিকুল ইছলামৰ বাবে ভোট ভিক্ষা কৰে।1